নিজৰ গানতে নেহা কক্কৰে কৰিলে Belly Dance, চাওক ভিডিঅ’

সাধাৰণতে নিজৰ গানৰ বাবে নেহা অতি জনপ্ৰিয়। কিন্তু শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ’ত নেহাক দেখা গৈছে বেলী ডান্সাৰৰ ৰূপত।

News18-Assam
Updated:June 30, 2019, 7:24 PM IST
নিজৰ গানতে নেহা কক্কৰে কৰিলে Belly Dance, চাওক ভিডিঅ’
সাধাৰণতে নিজৰ গানৰ বাবে নেহা অতি জনপ্ৰিয়। কিন্তু শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ’ত নেহাক দেখা গৈছে বেলী ডান্সাৰৰ ৰূপত।
News18-Assam
Updated: June 30, 2019, 7:24 PM IST
বলীউদৰ ছুপাৰহিট গায়িকা নেহা কক্কৰ ছচিয়েল মিডিয়াত অতি সক্ৰিয়। প্ৰায়ে নেহাই ছচিয়েল মিডিয়াত নিজৰ ফটো আৰু গানৰ ভিডিঅ’ শ্বেয়াৰ কৰি আহিছে। কিন্তু শেহতীয়াকৈ নেহাই এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো দেখি আপুনিও আনন্দিত হ’ব।

সাধাৰণতে নিজৰ গানৰ বাবে নেহা অতি জনপ্ৰিয়। কিন্তু শেহতীয়াকৈ শ্বেয়াৰ কৰা ভিডিঅ’ত নেহাক দেখা গৈছে বেলী ডান্সাৰৰ ৰূপত। নিজৰে জনপ্ৰিয় গান ‘দিলবৰ দিলবৰ’ত নৃত্য কৰা দেখা গৈছে নেহাক।




 





View this post on Instagram




 

When I Dance on My Own Song! ♥️🙈 #Dilbar #NehaKakkar


A post shared by Neha Kakkar (@nehakakkar) on




আৰু চাওক পৰৱৰ্তী বাতৰি