• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মঞ্চতে বাগৰি পৰিল নেহা কাক্কাৰ, কাষতে থকা আদিত্য নাৰায়ন চাই থকাতে থাকিল! চাওক Video

মঞ্চতে বাগৰি পৰিল নেহা কাক্কাৰ, কাষতে থকা আদিত্য নাৰায়ন চাই থকাতে থাকিল! চাওক Video

ইণ্ডিয়ান আইডলৰ মঞ্চতে বাগৰি পৰিল কণ্ঠশিল্পী নেহা কাক্কাৰ

ইণ্ডিয়ান আইডলৰ মঞ্চতে বাগৰি পৰিল কণ্ঠশিল্পী নেহা কাক্কাৰ

ইণ্ডিয়ান আইডলৰ মঞ্চতে বাগৰি পৰিল কণ্ঠশিল্পী নেহা কাক্কাৰ

  • Share this:
    ইণ্ডিয়ান আইডলৰ চলিত ছিজনৰ বিচাৰকৰ আসনত আছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কাক্কাৰ। কিন্তু ৰিয়লিটী শ্ব’টোত বিশেষ কিছু কাৰণতো নেহাই দখল কৰি আহিছে সংবাদ শিৰোণাম। দেওবাৰে সম্প্ৰচাৰ হোৱা শ্ব’টোত আকৌ এবাৰ অবাঞ্ছিত পৰিস্থিতিৰ মুখামুখি হ’ললগীয়া হ’ল নেহা কাক্কাৰ। শ্ব’টো পৰিচালনা কৰা আদিত্য চোপ্ৰাৰ সৈতে নৃত্য কৰিবলৈ ষ্টেজলৈ আহিছিল নেহা। কিন্তু নৃত্য কৰিবলৈ লওতেই ষ্টেজতে বাগৰি পৰে কণ্ঠশিল্পীগৰাকী। কাষতে ৰৈ থকা আদিত্য নাৰায়নেও পৰি যোৱাৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে নেহাক।



    চাওক ভিডিঅ’

    First published: