নীল আকাশৰ ‘পখিলা’ৰ সুৰত দক্ষিণ ভাৰতীয় গীত!

কণ্ঠশিল্পী মাংগলিয়ে কৰিলে কণ্ঠদান। গীতটোকলৈ এতিয়া ছচিয়েল মিডিয়াত চলিছে চৰ্চা।

News18-Assam
Updated:September 30, 2019, 4:02 PM IST
নীল আকাশৰ ‘পখিলা’ৰ সুৰত দক্ষিণ ভাৰতীয় গীত!
কণ্ঠশিল্পী মাংগলিয়ে কৰিলে কণ্ঠদান। গীতটোকলৈ এতিয়া ছচিয়েল মিডিয়াত চলিছে চৰ্চা।
News18-Assam
Updated: September 30, 2019, 4:02 PM IST
বছৰৰ আৰম্ভণীতে মুক্তি পোৱা জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ  'পখিলা' শীৰ্ষক গীতটো আজিও অসমবাসীৰ মুখে মুখে। নীলৰ জনপ্ৰিয় গীতটোৰ সুৰত অনুপ্ৰাণিত হৈ দক্ষিণ ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী মাংগলিয়ে নিৰ্মাণ কৰিছে এটা তেলেগু গীত। নীল আকাশেও ইতিমধ্যে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে গীতটো।

মাংগলি নামৰ শিল্পীগৰাকীয়ে গোৱা গীততো তেলেংগানাৰ ফুলৰ মহোৎসৱ 'বাথুকাম্মা'ৰ কথাৰে প্ৰস্তুত কৰা হৈছে।



গীতটো শুনক

আৰু চাওক পৰৱৰ্তী বাতৰি