StayHome:ঘৰতেই এতিয়া আকৰ্ষণীয় নৃত্য কৰিছে এইগৰাকী অভিনেত্ৰীয়ে, চাওক ভিডিঅ’

News18 Assam | News18-Assam
Updated:March 25, 2020, 1:41 PM IST
StayHome:ঘৰতেই এতিয়া আকৰ্ষণীয় নৃত্য কৰিছে এইগৰাকী অভিনেত্ৰীয়ে, চাওক ভিডিঅ’
ছচিয়েল মিডিয়াত চৰ্চা

ছচিয়েল মিডিয়াত চৰ্চা

  • Share this:
সমগ্ৰ দেশত এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। ক’ৰোণা ভাইৰাছক প্ৰতিহত কৰিবলৈ এতিয়া সকলোৱে সামাজিক দুৰত্ব বজাই ৰাখিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এতিয়া অহা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশত ল’ক ডাউন ঘোষণা কৰিছে। সকলোৰে হাতত এতিয়া সময়েই সময়! ল’ক ডাউনৰ প্ৰথম দিনটোতে ঘৰত আকৰ্ষণীয় নৃত্য কৰি এতিয়া চৰ্চা লাভ কৰিছে বলীউদৰ এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে।


আৰু চাওক
পৰৱৰ্তী বাতৰি