ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে! ভাইৰেল হৈছে বিশেষ ভিডিঅ’

News18 Assam | News18-Assam
Updated:July 26, 2020, 3:26 PM IST
ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে এইগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে! ভাইৰেল হৈছে বিশেষ ভিডিঅ’
ছচিয়েল মিডিয়াত বৰ্তমান চলিছে এই বিশেষ গীতটিক লৈ চৰ্চা!

ছচিয়েল মিডিয়াত বৰ্তমান চলিছে এই বিশেষ গীতটিক লৈ চৰ্চা!

  • Share this:
এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। বলীউদৰ লগতে ভোজপুৰী আৰু বেংগলী ছবিত অত্যন্ত জনপ্ৰিয় অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ এটা বিশেষ গীতৰ ভিডিঅ’ আকৌ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।










View this post on Instagram





💓💓...


A post shared by MONALISA (@aslimonalisa) on






ছচিয়েল মিডিয়াটো অত্যন্ত এক্টিভ। মাজে মাজে বিতৰ্কৰ মাজতো সোমাই পৰে অভিনেত্ৰীগৰাকী।



অভিনেত্ৰীগৰাকীৰ নাম মনালিছে। মনালিছাৰ ২০১৭ চনত অভিনয় কৰা ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। বিভিন্ন সময়ত আকৰ্ষণীয় ফটো, ভিডিঅ’ শ্বেয়াৰ কৰি থকা অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে এতিয়া ভাইৰেল কৰিছে ভিডিঅ’টো।
Published by: Himangshu Bhuyan
First published: July 25, 2020, 10:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading