স্বামীৰ হাতত বন্দুক, স্ত্ৰীৰ শিৰত সেন্দুৰ! ছচিয়েল মিডিয়াত আকৌ ভাইৰেল ছামী–হাছিন

News18 Assam | News18-Assam
Updated:February 25, 2020, 4:29 PM IST
স্বামীৰ হাতত বন্দুক, স্ত্ৰীৰ শিৰত সেন্দুৰ! ছচিয়েল মিডিয়াত আকৌ ভাইৰেল ছামী–হাছিন
নিউজীলেণ্ডত চলি থকা টেষ্ট ছিৰিজৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল মহম্মদ ছামী। টিকটক ভিডিঅ’ পোষ্ট কৰিলে ভাৰতীয় বলাৰগৰাকীয়ে।

নিউজীলেণ্ডত চলি থকা টেষ্ট ছিৰিজৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল মহম্মদ ছামী। টিকটক ভিডিঅ’ পোষ্ট কৰিলে ভাৰতীয় বলাৰগৰাকীয়ে।

  • Share this:
নিউজীলেণ্ডত চলি থকা টেষ্ট ছিৰিজৰ মাজতে ছচিয়েল মিডিয়াত ভাইৰেল মহম্মদ ছামী। টিকটক ভিডিঅ’ পোষ্ট কৰিলে ভাৰতীয় বলাৰগৰাকীয়ে।

চৰ্চাত মহম্মদ ছামী। TikTokত ভাইৰেল হৈছে মহম্মদ ছামীৰ এটা বিশেষ ভিডিঅ’। ইতিমধ্যে ভিডিঅ’টোৱে অতিক্ৰম কৰিছে ৬৮ লাখৰ ঘৰ।
@mdshami11Time pass #report_test_001 #tiktokiindia #tik_tok #indian #cricket #fitness #cricketlovers♬ Lalala - İlkan Gunuc Remix - danilla_carvalho




এটা বিদেশী গীতত অভিনয় কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বলাৰগৰাকীয়ে। মহম্মদ ছামীৰ টিকটক ভিডিঅ’ ভাইৰেল হোৱাৰ সময়তে চৰ্চালৈ আহিছে ছামীৰ বিতৰ্কিত পত্নী হাছিন জাহান। শাৰী পৰিধান কৰি শিৰত সেন্দুৰ লৈ ফটো শ্বেয়াৰ কৰিছে হাছিনে।



উল্লেখযোগ্য যে, ২০১৮ চনত মহম্মদ ছামীৰ বিৰুদ্ধে পত্নী হাছিন জাহানে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু কৰিছিল। ছামী আৰু তেওঁৰ ভাতৃৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮এ ধাৰাৰ অধীনত ৰুজু কৰিছিল গোচৰ। উক্ত গোচৰত কলকাতাৰ আদালতে ছামীক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল।




 




View this post on Instagram




 

🏋️‍♂️🏋️‍♂️💃💃


A post shared by hasin jahan (@hasinjahanofficial) on




আৰু চাওক
পৰৱৰ্তী বাতৰি