বিশ্বজিৎ বৰাৰ পৰিচালনাত গোলাঘাট জিলাৰ বিভিন্ন স্থানত শ্বুটিং চলি আছে ‘লখিমী’ নামৰ ছবিখনৰ।
বিশ্বজিৎ বৰাৰ পৰিচালনাত গোলাঘাট জিলাৰ বিভিন্ন স্থানত শ্বুটিং চলি আছে ‘লখিমী’ নামৰ ছবিখনৰ।
ৰিয়েল লাইফত নহয়, এইবাৰ ৰীল লাইফত মন্ত্ৰী অতুল বৰা। গোলাঘাটত চিনেমাৰ শ্বুটিঙত ব্যস্ত মন্ত্ৰী অতুল বৰা। বিশ্বজিৎ বৰাৰ পৰিচালনাত গোলাঘাট জিলাৰ বিভিন্ন স্থানত শ্বুটিং চলি আছে ‘লখিমী’ নামৰ ছবিখনৰ। ছবিখনত এজন মন্ত্ৰীৰ চৰিত্রত অভিনয় কৰিছে অতুল বৰাই। এখন সোণৰ অসম গঢ়াৰ লক্ষ্যৰে ৰাজনৈতিক নেতা–কৰ্মীক দেখা যাব বিশ্বজিৎ বৰাৰ ‘লখিমী’ চিনেমাখনত। জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাক দেখা পাব এজন কাউন্সিলাৰৰ চৰিত্ৰত। লখিমী চৰিত্ৰত অভিনয় কৰিছে লোভা হাজৰিকাই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|