WhatsAppত কিমান সক্ৰিয় থাকে অমিতাভ বচ্চন? মাজনিশা কি কৰে বিগ বিয়ে?

WhatsAppত অধিক সক্ৰিয় নথকা বিগ বি কিন্তু ব্লগ লিখাত পিছ পৰি নাথাকে।

News18-Assam
Updated:September 26, 2019, 1:41 PM IST
WhatsAppত কিমান সক্ৰিয় থাকে অমিতাভ বচ্চন? মাজনিশা কি কৰে বিগ বিয়ে?
WhatsAppত অধিক সক্ৰিয় নথকা বিগ বি কিন্তু ব্লগ লিখাত পিছ পৰি নাথাকে।
News18-Assam
Updated: September 26, 2019, 1:41 PM IST
বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ এনে বহু কথা আছে যিসমূহ কথা বহুতেই নাজানে। তাৰ ভিতৰত এটা হ’ল অমিতাভ বচ্চনে WhatsApp ব্যৱহাৰ নকৰে। প্ৰযুক্তি আৰু ছচিয়েল মিডিয়াৰ এই যুগতো বিগ বিয়ে ব্যৱহাৰ নকৰে WhatsApp। অমিতাভ বচ্চনে WhatsApp কেৱল পৰিয়ালৰ গ্ৰুপৰ অংশ হ’বৰ বাবে ডাউনলোড কৰিছিল। এক সাক্ষাৎকাৰত অভিষেক বচ্চনে কৈছিল যে যদি কোনোৱে তেওঁক WhatsAppত কিবা খবৰ মেছেজ দিয়ে তেন্তে Text Massage পঠিয়াব লাগে যে আপোনাৰ WhatsApp চেক কৰক। WhatsAppত অধিক সক্ৰিয় নথকা বিগ বি কিন্তু ব্লগ লিখাত পিছ পৰি নাথাকে। গভীৰ নিশা ব্লক লিখাটো অমিতাভ বচ্চনৰ এক অভ্যাস।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি