এগৰাকী যুৱকৰ সৈতে ছানী লিয়নীৰ ডেটিং! বনালে Tiktok ভিডিঅ’

News18-Assam
Updated:November 16, 2019, 2:30 PM IST
এগৰাকী যুৱকৰ সৈতে ছানী লিয়নীৰ ডেটিং! বনালে Tiktok ভিডিঅ’
অভিনেত্ৰী ছানী লিয়নীও যথেষ্ট এক্টিভ টিকটকত

অভিনেত্ৰী ছানী লিয়নীও যথেষ্ট এক্টিভ টিকটকত

  • Share this:
এগৰাকী যুৱকৰ সৈতে ডেটিং অভিনেত্ৰী ছানী লিয়নীৰ! কোনো সংকোচ নোহোৱাকৈয়ে সাধাৰণ যুৱকজনৰ সৈতে ডেটিঙলৈ গ’ল অভিনেত্ৰীগৰাকী। টিকটকটো দুয়ো নিৰ্মাণ কৰিলে ভিডিঅ’।

টিকটকত প্ৰতিদিনে বহু ভিডিঅ’ই ট্ৰেণ্ড কৰা দেখিবলৈ পোৱা যায়। টিকটকত ট্ৰেণ্ড হৈছে এগৰাকী যুৱকৰ সৈতে অভিনেত্ৰী ছানী লিয়নীয়ে ডেটিঙত যোৱা এটা ভিডিঅ’। অভিনেত্ৰী ছানী লিয়নীও যথেষ্ট এক্টিভ টিকটকত। অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে নিৰ্মাণ কৰে টিকটক ভিডিঅ’।

চাওক ভিডিঅ’

First published: November 16, 2019, 2:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি