মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video: যেতিয়া মোহময়ী মাধুৰীয়ে তেওঁক ক'লে, "I Love You", আনন্দত এনেকৈ নাচি উঠিল অনিল কাপুৰ... চাওক Video...

Viral Video: যেতিয়া মোহময়ী মাধুৰীয়ে তেওঁক ক'লে, "I Love You", আনন্দত এনেকৈ নাচি উঠিল অনিল কাপুৰ... চাওক Video...

Kokil Sarma | News18-Assam
Updated:July 9, 2021, 11:39 AM IST
Viral Video: যেতিয়া মোহময়ী মাধুৰীয়ে তেওঁক ক'লে,
মাধুৰীয়ে অনুষ্ঠানটোৰ সময়ত তেওঁক আই লাভ ইউ বুলি মাতিছিল (Madhuri Dixit said I LOVE You to Anil Kapoor), যিটো শুনি তেওঁ আনন্দিত হৈ পৰিছিল। ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত (Social Media) ভাইৰেল হৈ আছে।

মাধুৰীয়ে অনুষ্ঠানটোৰ সময়ত তেওঁক আই লাভ ইউ বুলি মাতিছিল (Madhuri Dixit said I LOVE You to Anil Kapoor), যিটো শুনি তেওঁ আনন্দিত হৈ পৰিছিল। ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত (Social Media) ভাইৰেল হৈ আছে।

  • Share this:
বলীউডৰ ধক-ধক গাৰ্ল খ্যাত মাধুৰী দীক্ষিত (Madhuri Dixit) আৰু অভিনেতা অনিল কাপুৰে কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। দুয়োকে অনুৰাগীসকলে যথেষ্ট ভাল পায়। মাধুৰী দীক্ষিতে বৰ্তমান নৃত্য ৰিয়েলিটি শ্ব' 'ডান্স দিৱানে-৩ ৰ বিচাৰক হৈ আছে। অনিল কাপুৰ (Anil Kapoor), ৰোহিত চেট্টী এই সপ্তাহত অনুষ্ঠানটোত উপস্থিত হোৱাৰ কথা আছে। অনিলে তেওঁৰ ধেমেলীয়া শৈলীত সকলোকে আকৌ ৰোমাঞ্চিত কৰিবলৈ গৈ আছে। মাধুৰীয়ে অনুষ্ঠানটোৰ সময়ত তেওঁক আই লাভ ইউ বুলি মাতিছিল (Madhuri Dixit said I LOVE You to Anil Kapoor), যিটো শুনি তেওঁ আনন্দিত হৈ পৰিছিল। ভিডিঅ'টো এতিয়া ছ'চিয়েল মিডিয়াত (Social Media) ভাইৰেল হৈ আছে।

দৰাচলতে, মাধুৰী দীক্ষিত আৰু অনিল কাপুৰ একেলগে লগ পোৱাৰ পিছত ছেটত তেওঁলোকৰ চুপাৰহিট গান 'আই লাভ ইউ'ত নৃত্য কৰিছিল আৰু তেওঁ মঞ্চত আনন্দেৰে নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল। অনিলক এনে কৰা দেখি উপস্থিত সকলোৱে হাতচাপৰি বজাবলৈ ধৰে। সকলোৱে তেওঁলোকৰ অতুলনীয় কেমিষ্ট্ৰী দেখি আচৰিত হৈছিল।










View this post on Instagram






A post shared by ColorsTV (@colorstv)



Published by: Kokil Sarma
First published: July 9, 2021, 11:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি