তেওঁলোকৰ এগৰাকীয়েই যথেষ্ট, কিন্তু যেতিয়া দুয়ো একেলগে নৃত্য কৰে... চাওক Video

News18 Assam | News18-Assam
Updated:December 28, 2019, 5:44 PM IST
তেওঁলোকৰ এগৰাকীয়েই যথেষ্ট, কিন্তু যেতিয়া দুয়ো একেলগে নৃত্য কৰে... চাওক Video
বলীউদৰ অভিনেতা অভিনেত্ৰী সকলৰ ভিতৰত হৃত্বিক ৰোশন আৰু মাধুৰী দিক্ষিতৰ আছে অন্য এক পৰিচয়

বলীউদৰ অভিনেতা অভিনেত্ৰী সকলৰ ভিতৰত হৃত্বিক ৰোশন আৰু মাধুৰী দিক্ষিতৰ আছে অন্য এক পৰিচয়

  • Share this:
বলীউদৰ অভিনেতা অভিনেত্ৰী সকলৰ ভিতৰত হৃত্বিক ৰোশন আৰু মাধুৰী দিক্ষিতৰ আছে অন্য এক পৰিচয়। যেতিয়া দুয়ো নৃত্য কৰে, তেতিয়া সকলো দৰ্শকেই হৈ পৰে মুগ্ধ। ক’বলৈ গ’লে তেওঁলোকৰ এগৰাকীয়েই যথেষ্ট। কিন্তু এইবাৰ দেখা গ’ল দুয়োকে একেলগে নৃত্য কৰা। শ্বাহৰুখ খান, মাধুৰী দিক্ষিতৰ ছবি ‘কয়লা’ এটা বিশেষ গীতত আকৰ্ষণীয় ৰূপত নৃত্য কৰি উপস্থিত সকলোকে মুগ্ধ কৰে হৃত্বিক আৰু মাধুৰীয়ে।

আৰু চাওক
পৰৱৰ্তী বাতৰি