গুৱাহাটীত উপস্থিত হৈ মাধুৰী দীক্ষিতৰ মন্তব্য– ‘অসমত ফিল্মফেয়াৰ পতাৰ বাবে মই সুখী’

News18 Assam | News18-Assam
Updated:February 14, 2020, 3:41 PM IST
গুৱাহাটীত উপস্থিত হৈ মাধুৰী দীক্ষিতৰ মন্তব্য– ‘অসমত ফিল্মফেয়াৰ পতাৰ বাবে মই সুখী’
গুৱাহাটীত উপস্থিত হৈ মাধুৰী দীক্ষিতৰ মন্তব্য

গুৱাহাটীত উপস্থিত হৈ মাধুৰী দীক্ষিতৰ মন্তব্য

  • Share this:
১৫ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত বলীউডৰ ‘ধক ধক গাৰ্ল’ খ্যাত মাধুৰী দীক্ষিত। শুকুৰবাৰে বিয়লি ৩.১৫ বজাত গুৱাহাটীত উপস্থিত হ’ল মাধুৰী দীক্ষিত।  গুৱাহাটীত উপস্থিত হৈ,মাধুৰী দীক্ষিতৰ মন্তব্য– ‘ অসমত ফিল্মফেয়াৰ আয়োজন কৰাত মই সুখী।’ মাধুৰীৰ দীক্ষিতৰ উপৰিও, আজি বলীউডৰ বহু তাৰকা উপস্থিত হ’বহি গুৱাহাটীত।
আৰু চাওক
পৰৱৰ্তী বাতৰি