লকডাউনৰ সময় পাৰ কৰোতে ঘৰতে পাকঘৰৰ কেঁচিৰে বিৰাট কোহলীৰ চুলি কাটিলে অনুষ্কাই! চাওক ভিডিও

News18 Assam | News18-Assam
Updated:March 28, 2020, 7:34 PM IST
লকডাউনৰ সময় পাৰ কৰোতে ঘৰতে পাকঘৰৰ কেঁচিৰে বিৰাট কোহলীৰ চুলি কাটিলে অনুষ্কাই! চাওক ভিডিও
এতিয়া সকলোৰে হাতত সময়েই সময়! সমাজিক দুৰত্ব বজাই ৰাখি এতিয়া সকলোৱে ঘৰতেই সময় কটাইছে

এতিয়া সকলোৰে হাতত সময়েই সময়! সমাজিক দুৰত্ব বজাই ৰাখি এতিয়া সকলোৱে ঘৰতেই সময় কটাইছে

  • Share this:
এতিয়া সকলোৰে হাতত সময়েই সময়! সমাজিক দুৰত্ব বজাই ৰাখি এতিয়া সকলোৱে ঘৰতেই সময় কটাইছে। বলীউদৰ তাৰকাসকলেও এতিয়া পাৰ কৰিছে সময়। বহু তাৰকাই ইতিমধ্যে কিদৰে ল’ক ডাউনত সময় পাৰ কৰিছে সেই ভিডিঅ’ শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

বলীউদৰ তাৰকাসকলৰ দৰে সদায় ব্যস্ত থকা ভাৰতীয় ক্ৰিকেটদলৰ তাৰকা সকলো এতিয়া পৰিয়ালৰ সৈতেই সময় পাৰ কৰিছে। ভাৰতীয় ক্ৰিকেটদলৰ অধিনায়ক বিৰাট কোহলীয়ে নিজৰ পত্নী তথা অনুষ্কা শৰ্মাৰ সৈতে কিদৰে সময় পাৰ কৰিছে তাৰো কিছু আভাস দিছে ছচিয়েল মিডিয়াত।

ল’ক ডাউনৰ সময়ত এতিয়া অনুষ্কা শৰ্মাই পাকঘৰৰ কেঁচিৰে চুলি কাটি দিছে বিৰাট কোহলীৰ। ইতিমধ্যে সেই ভিডিঅ’ অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰো কৰিছে ছচিয়েল মিডিয়াত।

চাওক ভিডিঅ’



 





View this post on Instagram




 

Meanwhile, in quarantine.. 💇🏻‍♂💁🏻‍♀


A post shared by AnushkaSharma1588 (@anushkasharma) on




আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading