কণমানিজনীয়ে শাৰী পিন্ধি নাচিছে! আকৰ্ষণীয় নৃত্য এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত, চাওক Video

News18 Assam | News18-Assam
Updated:March 14, 2020, 12:15 PM IST
কণমানিজনীয়ে শাৰী পিন্ধি নাচিছে! আকৰ্ষণীয় নৃত্য এতিয়া ভাইৰেল ছচিয়েল মিডিয়াত, চাওক Video
কণমানি জনীৰ প্ৰতিভাই মুগ্ধ কৰিছে সকলোকে।

কণমানি জনীৰ প্ৰতিভাই মুগ্ধ কৰিছে সকলোকে।

  • Share this:
ছচিয়েল মিডিয়াত এতিয়া চৰ্চাত এজনী কণমানি! মুহূৰ্তৰ ভিতৰতে হৈ পৰিছে সৰ্বত্ৰ ভাইৰেল। ৰঙা আৰু হালধীয়া ৰঙৰ শাৰী পৰিধান কৰি কণমানি জনীয়ে নাচিছে। কণমানিজনীৰ নৃত্য দেখি মুগ্ধও হৈছে বহুজন।

হাত–ভৰিৰ বিশেষ ভংগীমা, হাত চাপৰি বজাই বজাই কণমানিজনীয়ে নৃত্য কৰা ভিডিঅ’টো ৰেকৰ্ড কৰি ছচিয়েল মিডিয়াত আপলোড কৰে কোনোৱে।

চাওক ভিডিঅ’

আৰু চাওক
পৰৱৰ্তী বাতৰি