‘ডটাৰ অফ দ্য নেশ্যন’ উপাধিৰে সন্মানিত কৰিব লতা মংগেশকাৰক!

কেন্দ্ৰীয় চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

News18-Assam
Updated:September 7, 2019, 2:21 PM IST
‘ডটাৰ অফ দ্য নেশ্যন’ উপাধিৰে সন্মানিত কৰিব লতা মংগেশকাৰক!
কেন্দ্ৰীয় চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত
News18-Assam
Updated: September 7, 2019, 2:21 PM IST
কুকিল কণ্ঠী গায়িকা লতা মংগেশকাৰক ‘ডটাৰ অফ দ্য নেশ্যন’ উপাধিৰে সন্মানিত কৰিব কেন্দ্ৰীয় চৰকাৰে। ২৮ ছেপ্টেম্বৰত দেশৰ কিংবদন্তি গায়িকা গৰাকীৰ ৯০ সংখ্যক জন্মদিনত ‘ডটাৰ অফ দ্য নেশ্যন’ খিতাপেৰে সন্মানিত কৰাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে।

হিন্দুস্তান টাইমছত প্ৰকাশিত বাতৰি অনুসৰি বিগত সাত দশকজুৰি ভাৰতীয় সংগীতলৈ  আগবঢ়োৱা  অনবদ্য অৱদানৰ বাবে  এই সন্মান আগবঢ়োৱা হ’ব লতা মংগেশকাৰক।










আৰু চাওক পৰৱৰ্তী বাতৰি