Ladakh Movie Theatre: লাডাখত বিশ্বৰ সৰ্বাধিক উচ্চতাত থকা চিনেমা হল, ১১,৫৬২ ফুট উচ্চতাত চিনেমাৰ চোৱাৰ মজা
লাডাখত এনেধৰণৰ আৰু চাৰিটা চিনেমা হল খোলা হ'ব। লাডাখৰ দুৰ্গম এলেকাবোৰতো যাতে চিনেমা চাব পৰা হয় তাৰ বাবেই এই উদ্যোগ লোৱা হৈছে।
লাডাখত এনেধৰণৰ আৰু চাৰিটা চিনেমা হল খোলা হ'ব। লাডাখৰ দুৰ্গম এলেকাবোৰতো যাতে চিনেমা চাব পৰা হয় তাৰ বাবেই এই উদ্যোগ লোৱা হৈছে।
- News18 Assam
- Last Updated: August 29, 2021, 1:09 PM IST
চিনেমা হলটোত টিকটৰ দামো অতি সুলভ কৰি ৰখা হৈছে আৰু বহাৰ লগতে স্ক্ৰীণৰ ব্যৱস্থাও অতি উন্নত কৰা হৈছে। চিনেমা হলটো উদ্বোধন কৰি এই কথা কয় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সদস্য মেফাম ওটছালে।
উল্লেখ্য যে সুশীল নামৰ এজন লোকৰ প্ৰচেষ্টাত এই চিনেমা হলটো নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে লাডাখত এনেধৰণৰ আৰু চাৰিটা চিনেমা হল খোলা হ'ব। লাডাখৰ দুৰ্গম এলেকাবোৰতো যাতে চিনেমা চাব পৰা হয় তাৰ বাবেই এই উদ্যোগ লোৱা হৈছে।