• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • গুলপীয়া বিকিনি পৰিধান কৰি কিয়াৰাই শ্বেয়াৰ কৰা Video ভাইৰেল হ'ল ছচিয়েল মিডিয়াত...

গুলপীয়া বিকিনি পৰিধান কৰি কিয়াৰাই শ্বেয়াৰ কৰা Video ভাইৰেল হ'ল ছচিয়েল মিডিয়াত...

কিয়াৰাই শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

কিয়াৰাই শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

কিয়াৰাই শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে।

  • Share this:
বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানীৰ এটা ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াত ঘূৰি আছে। কিয়াৰাক এই ভিডিঅ'টোত গুলপীয়া বিকিনিত প'জ দিয়া দেখা গৈছে। কিয়াৰাই নিজেই ভিডিঅ'টো ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল। মাত্ৰ ১০ ঘণ্টা আগতে শ্বেয়াৰ কৰা ভিডিঅ'টো এতিয়া বহু মিলিয়ন লোকে লাইক কৰিছে।

কিয়াৰাই শ্বেয়াৰ কৰাৰ লগে লগে ভিডিঅ'টো ইণ্টাৰনেটত ভাইৰেল হ'বলৈ আৰম্ভ কৰিছে। এই ভিডিঅ'টোত কিয়াৰাৰ আকৰ্ষণীয় পোছাকক ৰাইজে ভাল পাইছে আৰু মানুহে ভিডিঅ'ত মন্তব্য কৰি নিৰন্তৰ কিয়াৰাৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি আছে। কিয়াৰাই আগতে সাগৰৰ তলত সুন্দৰ প'জ দিয়া এখন ফটো শ্বেয়াৰ কৰিছিল। ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে শিৰোনাম দিছিল: 'আপুনি ঢৌবোৰ বন্ধ কৰিব নোৱাৰে, কিন্তু আপুনি সাঁতুৰিবলৈ শিকিব পাৰে।' কিয়াৰাই প্ৰায়ে ইনষ্টাগ্ৰানত তেওঁৰ ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰে। চাও আহক কিয়াৰাৰ নতুন ভিডিঅ'টো।








View this post on Instagram






A post shared by KIARA (@kiaraaliaadvani)



Published by:Kokil Sarma
First published: