মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»জন্মদিনৰ দিনা অভিনেতা ছেইফ আলী খানক কৰিণা কাপুৰে দিলে বিশেষ উপহাৰ! Video

জন্মদিনৰ দিনা অভিনেতা ছেইফ আলী খানক কৰিণা কাপুৰে দিলে বিশেষ উপহাৰ! Video

News18 Assam | News18-Assam
Updated:August 17, 2020, 3:39 PM IST
জন্মদিনৰ দিনা অভিনেতা ছেইফ আলী খানক কৰিণা কাপুৰে দিলে বিশেষ উপহাৰ! Video
দেওবাৰে কৰিণা কাপুৰে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি শুভেচ্ছা জনাই ছেইফ আলী খানক

দেওবাৰে কৰিণা কাপুৰে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি শুভেচ্ছা জনাই ছেইফ আলী খানক

  • Share this:
৫০ বছৰত ভৰি দিলে জনপ্ৰিয় অভিনেতা ছেইফ আলী খানে। জন্মদিনৰ দিনাই পত্নী তথা অভিনেত্ৰী কৰিণা কাপুৰে শ্বেয়াৰ কৰে ছেইফ আলী খানৰ এটা বিশেষ ভিডিঅ’।

কৰিণাই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে যে, ‘জন্মদিনৰ শুভেচ্ছা। মই ছেইফৰ ৫০ বছৰীয়া জন্মদিনত ৫০ খন বিশেষ ফটোৰে এটা ভিডিঅ’ নিৰ্মাণ কৰিছো। যোৱা নিশা শ্বেয়াৰ কৰা ভিডিঅ’টো ২২ মিনিটৰ। ইয়াৰ পিছতো বহু কথাই ক’বলৈ থাকি গ’ল ছেইফক। হেপ্পী বাৰ্থ দ্যে লভ!’










View this post on Instagram





I made a video for Saif’s 50th capturing 50 years of his life, which I shared with him last night. It was 22 minutes long and I still felt there was so much more to be said! Am sharing here a glimpse of 50 pictures of the video that is from the heart ❤️❤️! Happy birthday love... you make 50 look so good and so well lived!


A post shared by Kareena Kapoor Khan (@kareenakapoorkhan) on






কৰিণাই, ছেইফৰ শিশু অৱস্থাৰ পৰা, সৰুকালৰ ফটো, পৰিয়ালৰ সৈতে থকা বিভিন্ন ফটো, বলীউদৰ যাত্ৰা, কৰিণা আৰু টাইমুৰ লৈকে বহু স্মৃতি জড়িত থকা ঘটনাৰ ফটোৰে নিৰ্মাণ কৰিছে ভিডিঅ’টো। জন্মদিনৰ দিনা ছেইফক বলীউদৰ বহু অভিনেতা-অভিনেত্ৰীয়েও শুভেচ্ছা জনায়।
Published by: Himangshu Bhuyan
First published: August 17, 2020, 3:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি