ভাতৃৰ বিয়াত প্ৰাণ ভৰি নাচিলে কৰিণা–কৰিশ্মাই, নাচিলে শ্বাহৰুখ খান–গৌৰী খানেও, চাওক Video

News18 Assam | News18-Assam
Updated:February 5, 2020, 12:36 PM IST
ভাতৃৰ বিয়াত প্ৰাণ ভৰি নাচিলে কৰিণা–কৰিশ্মাই, নাচিলে শ্বাহৰুখ খান–গৌৰী খানেও, চাওক Video
কৰিনা আৰু কৰিশ্মাই কৰণ জোহৰৰ সৈতে ‘কভী খুছি কভী গম’ ছবিখনৰ এটা জনপ্ৰিয় গীতত নচা দেখা গৈছে ভিডিঅ’ত।

কৰিনা আৰু কৰিশ্মাই কৰণ জোহৰৰ সৈতে ‘কভী খুছি কভী গম’ ছবিখনৰ এটা জনপ্ৰিয় গীতত নচা দেখা গৈছে ভিডিঅ’ত।

  • Share this:
৩ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ল বলীউদৰ অভিনেতা আৰমান জৈন। অনিষা মালহোত্ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল আৰমান। বিয়াৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। আৰমানৰ বিয়াত প্ৰাণ ভৰি নাচিলে কৰিণা কাপুৰ আৰু কৰিশ্মা কাপুৰে।

এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ পৰিছে। আৰমান আৰু আনিষাৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে বলীউদৰ বহু ৰথী–মহাৰথী। এই অনুষ্ঠানতে কৰণ জোহৰৰ সৈতে নচা দেখা গ’ল কৰিণা–কৰিশ্মাক।

কৰিনা আৰু কৰিশ্মাই কৰণ জোহৰৰ সৈতে ‘কভী খুছি কভী গম’ ছবিখনৰ এটা জনপ্ৰিয় গীতত নচা দেখা গৈছে ভিডিঅ’ত।



অভ্যৰ্থনা অনুষ্ঠানৰ আন এটা ভিডিঅ’ও ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। য’ত শ্বাহৰুখ খান, গৌৰী খান আৰু কৰণ জোহৰক একেলগে নৃত্য কৰা দেখা গৈছে। ভিডিঅ’ত অমিতাভ বচ্চন, অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ জনপ্ৰিয় গান ‘কজৰাৰে’ত নচা দেখা গৈছে।


আৰু চাওক
পৰৱৰ্তী বাতৰি