ক’ৰোণা ভাইৰাছলৈ ভয়! চেলফী ল’বলৈ যোৱা অনুৰাগীক কৰীণা কাপুৰৰ ধমক, কৰিলে এই কাম...Video Viral

News18 Assam | News18-Assam
Updated:March 12, 2020, 11:32 AM IST
ক’ৰোণা ভাইৰাছলৈ ভয়! চেলফী ল’বলৈ যোৱা অনুৰাগীক কৰীণা কাপুৰৰ ধমক, কৰিলে এই কাম...Video Viral
হোলীৰ পাৰ্টীৰ পিছত নিজ বাসগৃহ অভিমুখে গৈ আছিল কৰীণা কাপুৰ। আৰু তেতিয়াই অভিনেত্ৰীগৰাকীৰ কিছু সংখ্যক অনুৰাগীয়ে চেলফী উঠিবলৈ আগুৰি ধৰে।

হোলীৰ পাৰ্টীৰ পিছত নিজ বাসগৃহ অভিমুখে গৈ আছিল কৰীণা কাপুৰ। আৰু তেতিয়াই অভিনেত্ৰীগৰাকীৰ কিছু সংখ্যক অনুৰাগীয়ে চেলফী উঠিবলৈ আগুৰি ধৰে।

  • Share this:
বলীউডৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰৰ এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভাইৰেল হোৱা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক অত্যন্ত খঙত থকা যেন দেখা গৈছে। দৰাচলতে অভিনেত্ৰী কৰীণা কাপুৰে হোলীৰ পাৰ্টীৰ পিছত নিজ বাসগৃহৰ অভিমুখে আহি আছিল। সেইসময়তে কিছু সংখ্যক অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ সৈতে চেলফী উঠিবলৈ আগবাঢ়ি আহে। তেতিয়াই খং উঠে অভিনেত্ৰীগৰাকীৰ। পিছত অভিনেত্ৰীগৰাকীয়ে দুগৰাকী যুৱতীৰ সৈতে চেলফী উঠে আৰু লগে লগে সেই ঠাই ত্যাগ কৰে।



 





View this post on Instagram




 

#taimuralikhan after playing holi today ❤ #saifalikhan #kareenakapoorkhan #viralbahayani @viralbhayani


A post shared by Viral Bhayani (@viralbhayani) on





কিন্তু এতিয়া সম্পূৰ্ণ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ভিডিঅ’টোত এতিয়া বিভিন্ন ধৰণৰ কমেণ্টো কৰিছে একাংশই।
আৰু চাওক
পৰৱৰ্তী বাতৰি