কৰিনা কাপুৰ আৰু ছইফ আলী খানে পালন কৰিলে বিবাহ বাৰ্ষিকী, চাওক বিবাহ বাৰ্ষিকীৰ ফটো

ছইফ–কৰিনাই ঘৰতে অনুষ্টুপীয়াকৈ পালন কৰিলে বিবাহ বাৰ্ষিকী।

News18-Assam
Updated:October 17, 2019, 4:50 PM IST
কৰিনা কাপুৰ আৰু ছইফ আলী খানে পালন কৰিলে বিবাহ বাৰ্ষিকী, চাওক বিবাহ বাৰ্ষিকীৰ ফটো
ছইফ–কৰিনাই ঘৰতে অনুষ্টুপীয়াকৈ পালন কৰিলে বিবাহ বাৰ্ষিকী।
News18-Assam
Updated: October 17, 2019, 4:50 PM IST
বুধবাৰে সপ্তম বিবাহ বাৰ্ষিকী পালন কৰিলে বলীউদৰ জনপ্ৰিয় দম্পতী ছইফ আলী খান আৰু কৰিনা কাপুৰে। ছইফ আলী খান আৰু কৰিনা কাপুৰৰ দুয়োকে লৈ ছচিয়েল মিডিয়াত চলি থাকে ব্যাপক চৰ্চা, সেয়া লাগিলে কৰিনাৰ জন্মদিনেই হওক বা আন অনুষ্ঠানেই হওক। বুধবাৰে পালন কৰা বিবাহ বাৰ্ষিকীৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ছইফ–কৰিনাই ঘৰতে অনুষ্টুপীয়াকৈ পালন কৰিলে বিবাহ বাৰ্ষিকী।

চাওক ছইফ আলী খান আৰু কৰিনা কাপুৰ খানৰ বিবাহ বাৰ্ষিকীৰ ভাইৰেল হোৱা ফটো।

 




 





View this post on Instagram




 

Happy happy anniversary to my most favorite couple..I wish you both many many more years of togetherness ❤️❤️❤️


A post shared by Poonam Damania (@poonamdamania) on








 




View this post on Instagram




 

#anniversary #fulloflove ❤❤❤


A post shared by Kareena Kapoor Khan (@therealkareenakapoor) on








 




View this post on Instagram




 

#sisterlove💕 @therealkarismakapoor


A post shared by Kareena Kapoor Khan (@therealkareenakapoor) on








 




View this post on Instagram




 

Happy anniversary to my rocks !! Love you both ❤️❤️❤️ #familyfirst #familydinner


A post shared by KK (@therealkarismakapoor) on





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি