কৰণ জোহৰৰ দীপাৱলী অনুষ্ঠানত বলীউদৰ তাৰকাৰ ভিৰ – জাহ্নবী, ছাৰা, বৰুণ, কিয়াৰাও থাকিল উপস্থিত

দীপাৱলীৰ ফটো কৰণ জোহৰে নিজেই শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত।

News18-Assam
Updated:October 28, 2019, 10:50 AM IST
কৰণ জোহৰৰ দীপাৱলী অনুষ্ঠানত বলীউদৰ তাৰকাৰ ভিৰ – জাহ্নবী, ছাৰা, বৰুণ, কিয়াৰাও থাকিল উপস্থিত
দীপাৱলীৰ ফটো কৰণ জোহৰে নিজেই শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত।
News18-Assam
Updated: October 28, 2019, 10:50 AM IST
দীপাৱলী উপলক্ষে বলীউদৰ প্ৰখ্যাত ছবি নিৰ্মাতা কৰণ জোহৰে এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে বলীউদৰ কেইবাগৰাকীও তাৰকা। বিশেষকৈ ছাৰা আলী খান, বৰুণ ধৱন, জাহ্নবী কাপুৰ, অৰ্জুন কাপুৰ, নেহা ধুপিয়া, সিদ্ধাৰ্থ মালহোত্ৰা, ভূমি পাডনেকাৰ, বিকী কৌশল, কাৰ্তিক আৰয়ান, অনন্যা পাণ্ডে, কিয়াৰা আডৱানী, অংগদ বেদী আৰু অনিল কাপুৰক দেখা গ’ল কৰণ জোহৰৰ দীপাৱলী অনুষ্ঠানত।

দীপাৱলীৰ ফটো কৰণ জোহৰে নিজেই শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। আন এখন ফটোত দুই সন্তান য়শ আৰু ৰুহীৰ সৈতে দেখা গৈছে কৰণ জোহৰক। দুই সন্তানৰ সৈতে একে পোছাকত দেখা গৈছে ছবি নিৰ্মাতাগৰাকীক।

 









তদুপৰি অনুষ্ঠানত উপস্থিত থকা সকলো তাৰকাক পৰম্পৰাগত পোছাকত দেখা গ’ল অনুষ্ঠানত।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি