পুত্ৰই পাৰিলে মই কিয় নোৱাৰিম! TikTokত এতিয়া নচাৰ লগতে কমেডিও কৰিছে কপিল শৰ্মাৰ মাতৃয়ে

News18 Assam | News18-Assam
Updated:February 1, 2020, 8:00 AM IST
পুত্ৰই পাৰিলে মই কিয় নোৱাৰিম! TikTokত এতিয়া নচাৰ লগতে কমেডিও কৰিছে কপিল শৰ্মাৰ মাতৃয়ে
কপিল শৰ্মাৰ মাতৃ এতিয়া টিকটকত ভিষণ ব্যস্ত। টিকটকত এতিয়া ইটোৰ পিছত সিটো কমেডি ভিডিঅ’ নিৰ্মাণ কৰিছে কপিল শৰ্মাৰ মাতৃয়ে

কপিল শৰ্মাৰ মাতৃ এতিয়া টিকটকত ভিষণ ব্যস্ত। টিকটকত এতিয়া ইটোৰ পিছত সিটো কমেডি ভিডিঅ’ নিৰ্মাণ কৰিছে কপিল শৰ্মাৰ মাতৃয়ে

  • Share this:
কপিল শৰ্মাৰ কথা কোনে নাজানে। প্ৰতিটো অনুষ্ঠানতে হঁহুৱাই দৰ্শকৰ মনজয় কৰি আহিছে কপিল শৰ্মাই। যিমান চালেও আমনি নালাগে কপিল শৰ্মাৰ অনুষ্ঠান। কিন্তু এতিয়া কপিল শৰ্মাৰ সমানে সমানে চৰ্চিত হৈছে কপিল শৰ্মাৰ মাতৃও।

কপিল শৰ্মাৰ দৰে মাতৃৰ কমেডি ভিডিঅ’ও এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। আজিকালি প্ৰায়ে টিকটকত সক্ৰিয় কপিল শৰ্মাৰ মাতৃ। বিভিন্ন গীত গাই, কমেডি কৰি এতিয়া চৰ্চাত কপিল শৰ্মাৰ মাতৃ।

চাওক কপিল শৰ্মাৰ মাতৃৰ টিকটক ভিডিঅ’

@niks506#kapilsharma #kapil_sharma kapilsharma♬ Patli Kudiya - 🔥 Sonu_Sanghera 🔥



 
@niks506kapilsharma #kapilsharma #thekapilsharmashow #kapilsharmacomedy♬ original sound - adnan472815




 
@niks506How cute she can be!🤗😍 #kapilsharma #kapilsharmamom kapilsharma♬ original sound - Inder


আৰু চাওক
পৰৱৰ্তী বাতৰি