টিকট বিচাৰি দৰ্শকৰ হেতাওপৰা, দেওবাৰলৈকে প্ৰায় শেষ কাঞ্চনজংঘাৰ টিকট

News18-Assam
Updated:September 6, 2019, 3:09 PM IST
টিকট বিচাৰি দৰ্শকৰ হেতাওপৰা, দেওবাৰলৈকে প্ৰায় শেষ কাঞ্চনজংঘাৰ টিকট
কাঞ্চনজংঘাৰ জ্বৰত আক্ৰান্ত এতিয়া সমগ্ৰ অসম!

কাঞ্চনজংঘাৰ জ্বৰত আক্ৰান্ত এতিয়া সমগ্ৰ অসম!

  • Share this:
মুক্তিপালে জুুবিন গাৰ্গৰ বহু প্ৰত্যাশিত ছবি কাঞ্চনজংঘা। ৰাজ্যৰ প্ৰায় ৬০ টা ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখনে। মুক্তিৰ লগে লগে জুবিন গাৰ্গ অভিনীত ছবিখনে দৰ্শকৰ পৰা ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ প্ৰতিটো চিত্ৰ গৃহতে এতিয়া  দৰ্শকৰ দীঘলীয়া শাৰী।

চিনেমাখনৰ  অগ্ৰিম টিকট বুকিঙো আকৰ্ষণীয়। দেওবাৰ পৰ্যন্ত প্ৰায় শেষ হৈছে ছবিখনৰ টিকট। ছবিখন চায়ো সন্তুষ্টি লাভ কৰিছে দৰ্শকে। বিভিন্ন জনে ছবিখন দিনবন্ধু, মন যায়ৰ দৰে মননশীল কাহিনীৰে সমৃদ্ধ বুলি উল্লেখ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading