শনিবাৰেও কাঞ্চনজংঘা চাবলৈ ছবিগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ
শনিবাৰেও কাঞ্চনজংঘা চাবলৈ ছবিগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ
কাঞ্চনজংঘাই ভংগ কৰিলে মিছন চাইনাৰ অভিলেখ। মুক্তিৰ প্ৰথম দিনাই ৪০ লাখ টকা সংগ্ৰহ কৰিলে জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই। মুক্তিৰ দিনাই ৪০ লাখ টকা উপাৰ্জন কৰি কাঞ্চনজংঘা পৰিগণিত হ’ল মুক্তিৰ প্ৰথম দিনত সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া ছবি হিচাপে।
শনিবাৰেও কাঞ্চনজংঘা চাবলৈ ছবিগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ। টিকট বিচাৰি নাপাই এতিয়া নিৰাশ মনে উভতি আহিবলগীয়া হৈছে একাংশ দৰ্শকে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|