জীয়ৰীক ‘Angrezi Medium’ ত পঢ়াবলৈ ইৰফান খানৰ সংগ্ৰাম, অন্তৰ জয় কৰিছে ছবিখনৰ ‘Trailer’ৰে

News18 Assam | News18-Assam
Updated:February 13, 2020, 2:21 PM IST
জীয়ৰীক ‘Angrezi Medium’ ত পঢ়াবলৈ ইৰফান খানৰ সংগ্ৰাম, অন্তৰ জয় কৰিছে ছবিখনৰ ‘Trailer’ৰে
ৰ্ককটৰ দৰে মৰাত্মক ৰোগৰ সৈতে যুঁজি থকা অভিনেতা ইৰফান খানে ‘Angrezi Medium’ ছবিৰ জৰিয়তে আকৌ এবাৰ বলীউদলৈ কৰিছে প্ৰত্যাৱৰ্তন।

ৰ্ককটৰ দৰে মৰাত্মক ৰোগৰ সৈতে যুঁজি থকা অভিনেতা ইৰফান খানে ‘Angrezi Medium’ ছবিৰ জৰিয়তে আকৌ এবাৰ বলীউদলৈ কৰিছে প্ৰত্যাৱৰ্তন।

  • Share this:
ৰ্ককটৰ দৰে মৰাত্মক ৰোগৰ সৈতে যুঁজি থকা অভিনেতা ইৰফান খানে ‘Angrezi Medium’ ছবিৰ জৰিয়তে আকৌ এবাৰ বলীউদলৈ কৰিছে প্ৰত্যাৱৰ্তন। এই ছবিখনলৈ এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ইৰফান খানৰ অনুৰাগীসকলে। আজি মুকলি কৰা হৈছে ছবিখনৰ ট্ৰেইলাৰ।

য’ত ইৰফান খানে ‘হিন্দী মেডিয়াম’ ত নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাবলৈ যুঁজ কৰিবলগীয়া হৈছিল, সেইদৰে এইবাৰ ‘Angrezi Nedium’ত  ইৰফান খানে নিজৰ জীয়ৰীৰ সপোন পূৰণ কৰিবলৈ সমস্ত ত্যাগ কৰিছে। লণ্ডনৰ কলেজত জীয়ৰীক পঢ়াবৰ কাৰণে ইৰফান  খানে কৰা সংগ্ৰাম ‘Angrezi Medium’ৰ ট্ৰেইলাৰটোৰ মাজেৰে কিছু আভাস দিয়াৰ চেষ্টা কৰা হৈছে।

চাওক ছবিখনৰ ট্ৰেইলাৰ

First published: February 13, 2020, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading