২০১৮ বৰ্ষত ভাৰতবাসীয়ে Google ত সৰ্বাধিক কি search কৰিলে ?

বৰ্তমান ভাৰতৰ নৱপ্ৰজন্ম বিয়াৰ পৰিৱৰ্তে এতিয়া ডেটিঙক লৈহে বেছি আগ্ৰহী । ইনছাইট্ছ ফ’ৰ ব্ৰেণ্ডছ্‍ৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।

news18assam
Updated:May 10, 2019, 2:23 PM IST
২০১৮ বৰ্ষত ভাৰতবাসীয়ে Google ত সৰ্বাধিক কি search কৰিলে ?
বৰ্তমান ভাৰতৰ নৱপ্ৰজন্ম বিয়াৰ পৰিৱৰ্তে এতিয়া ডেটিঙক লৈহে বেছি আগ্ৰহী । ইনছাইট্ছ ফ’ৰ ব্ৰেণ্ডছ্‍ৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য ।
news18assam
Updated: May 10, 2019, 2:23 PM IST
ইনছাইট্ছ ফ’ৰ ব্ৰেণ্ডছ্‍ৰ সমীক্ষাই আচৰিত কৰিলে সকলোকে!
২০১৮ বৰ্ষত 'ডেটিং পাৰ্টনাৰ' বিচাৰি Googleত সৰ্বাধিক search কৰিছিল ভাৰতীয়ই। প্ৰায় ৪০ শতাংশলৈ বৃদ্ধি পাইছে Googleত এই বিষয়ে search কৰাৰ সংখ্যা। সেইদৰে বিয়াৰ বিষয়ত ১৩ শতাংশ ভাৰতীয়ই ২০১৮ চনত search কৰিলে Googleত । যাৰ ফলত প্ৰমাণিত হৈছে বৰ্তমান ভাৰতৰ নৱপ্ৰজন্ম বিয়াৰ পৰিৱৰ্তে এতিয়া ডেটিঙক লৈহে বেছি আগ্ৰহী । তথ্য অনুসৰি ২০১৭ৰ তুলনাত ২০১৮ বৰ্ষত ভাৰতত মেট্ৰিমনীতকৈ ডেটিঙৰ বিষয়ত search কৰাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ভাৰতবৰ্ষ এতিয়া বিশ্বৰ ভিতৰত সৰ্বাধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী দেশ হিচাপে পৰিগণিত হোৱাৰ পথত।
আৰু চাওক পৰৱৰ্তী বাতৰি