দীপিকা পাডুকণক বাবা ৰামদেৱৰ পৰামৰ্শ, মোৰ দৰে পৰামৰ্শদাতা ৰাখি লওক

News18 Assam | News18-Assam
Updated:January 14, 2020, 8:01 AM IST
দীপিকা পাডুকণক বাবা ৰামদেৱৰ পৰামৰ্শ, মোৰ দৰে পৰামৰ্শদাতা ৰাখি লওক
উল্লেখযোগ্য যে JNUত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত দীপিকা পাডুকণ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱাক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। বিভিন্নজনে ছাপাক ছবিখনৰ প্ৰচাৰৰ বাবে দীপিকাৰ এয়া কৌশল বুলিও মন্তব্য কৰিছিল।

  • Share this:
‘ছপাক’ ছবিখনৰ বাবে চৰ্চাত থকা অভিনেত্ৰী দীপিকা পাডুকণে JNUলৈ যোৱাক লৈ কটাক্ষ বাবা ৰামদেৱৰ। বাবা ৰামদেৱে কয় – ‘দীপিকা পাডুকণৰ অভিনয় দক্ষতা থকাটো বেলেগ কথা, কিন্তু সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত আৰু অধিক অধ্যয়ন কৰিব লাগিব। দেশক বুজিব লাগিব আৰু তাৰ পিছত তেওঁ ইমান ডাঙৰ সিদ্ধান্ত লোৱা উচিত। মই ভাবো ইয়াৰ বাবে দীপিকা পাডুকণে বাবা ৰামদেৱৰ দৰে পৰামৰ্শদাতা ৰাখিব লাগিব, যিয়ে এনে বিষয়ত তেওঁ পৰামৰ্শ দিব পাৰে।’

উল্লেখযোগ্য যে JNUত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত দীপিকা পাডুকণ বিশ্ববিদ্যালয়খনত উপস্থিত হোৱাক লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। বিভিন্নজনে ছাপাক ছবিখনৰ প্ৰচাৰৰ বাবে দীপিকাৰ এয়া কৌশল বুলিও মন্তব্য কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি