ইণ্টাৰনেটত ইলিয়েনা ডিক্ৰ’জৰ ব্লাষ্ট! একাংশই প্ৰশংসা কৰিলেও বহুতে কৰিলে সমালোচনা!

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বুধবাৰে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে নিজৰ কেইবাখনো আকৰ্ষণীয় ফটো

News18-Assam
Updated:October 24, 2019, 1:52 PM IST
ইণ্টাৰনেটত ইলিয়েনা ডিক্ৰ’জৰ ব্লাষ্ট! একাংশই প্ৰশংসা কৰিলেও বহুতে কৰিলে সমালোচনা!
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বুধবাৰে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে নিজৰ কেইবাখনো আকৰ্ষণীয় ফটো
News18-Assam
Updated: October 24, 2019, 1:52 PM IST
অভিনেত্ৰী ইলিয়েনা ডিক্ৰ’জ ছচিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয়। অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত ফটো বা বিভিন্ন পষ্ট শ্বেয়াৰ কৰিলেই মুহূৰ্তৰ ভিতৰতে ভাইৰেল হয়। বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে বুধবাৰে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে নিজৰ কেইবাখনো আকৰ্ষণীয় ফটো। অভিনেত্ৰীগৰাকীয়ে এনে ফটো শ্বেয়াৰ কৰাৰ পিছতে একাংশই অভিনেত্ৰীগৰাকীক সমালোচনা কৰিলেও বহুতে প্ৰশংসাও কৰিছে অভিনেত্ৰীগৰাকীক।



 





View this post on Instagram




 

Mama: don’t stay out too long in the sun you’ll get a tan! Me: 💁🏻‍♀️


A post shared by Ileana D'Cruz (@ileana_official) on






 






 




View this post on Instagram




 

Bikini appreciation post 👙


A post shared by Ileana D'Cruz (@ileana_official) on








 




View this post on Instagram




 

Waiting for the sun to come out ☀️ • • • 📸 @colstonjulian 💥


A post shared by Ileana D'Cruz (@ileana_official) on






অভিনেত্ৰীগৰাকী এই কেইদিন অত্যন্ত ব্যস্ত। নিজৰ আহিবলগীয়া ছবি ‘পাগলপণ্টি’ ৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে ছবিখনত ইলিয়েনাৰ নতুন Look এ মুগ্ধ কৰিছে বহুতকে।



ইলিয়েনা আৰু জন আব্ৰাহামে অভিনয় কৰে পাগলপণ্টি ছবিৰ এটি গীতৰ দৃশ্য চাওক 


আৰু চাওক পৰৱৰ্তী বাতৰি