হলীউডলৈ প্ৰত্যাৱৰ্তন ঐশ্বৰ্য ৰায়ৰ! এঞ্জেলীনা জ’লীৰ সৈতে এইবাৰ একেলগে মোহময়ী ঐশ্বৰ্য!

হলীউডৰ ছবি  মেলফিকেণ্টঃ মিছট্ৰেছ অৱ  ইভিলত ঐশ্বৰ্য ৰায় বচ্ছনৰ গ্ৰেণ্ড এন্ট্ৰী। অভিনেত্ৰী এঞ্জেলীনা জ’লীৰ সৈতে এইবাৰ একেলগে মোহময়ী ঐশ্বৰ্য ৰায়!

News18-Assam
Updated:October 2, 2019, 7:48 PM IST
হলীউডলৈ প্ৰত্যাৱৰ্তন ঐশ্বৰ্য ৰায়ৰ! এঞ্জেলীনা জ’লীৰ সৈতে এইবাৰ একেলগে মোহময়ী ঐশ্বৰ্য!
হলীউডৰ ছবি  মেলফিকেণ্টঃ মিছট্ৰেছ অৱ  ইভিলত ঐশ্বৰ্য ৰায় বচ্ছনৰ গ্ৰেণ্ড এন্ট্ৰী। অভিনেত্ৰী এঞ্জেলীনা জ’লীৰ সৈতে এইবাৰ একেলগে মোহময়ী ঐশ্বৰ্য ৰায়!
News18-Assam
Updated: October 2, 2019, 7:48 PM IST
হলীউডৰ নতুন ছবি মেলফিকেণ্টঃ মিছট্ৰেছ অৱ  ইভিলৰ হিন্দী ট্ৰেইলাৰ ৰিলিজ হ’ল। আচৰিত কথাটো হ’ল যে, ছবিখনত শুনিবলৈ পোৱা গ’ল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ কণ্ঠস্ৱৰ। য’ত ছবিখনত প্ৰকৃতে অভিনয় কৰিছে এঞ্জেলীনা জ’লীয়ে। কিন্তু ছবিখনৰ হিন্দী ভাৰ্ছন ৰিলিজ কৰিবলৈ নিৰ্মাতা প্ৰতিষ্ঠানে ছবিখনত থকা অভিনেত্ৰী এঞ্জেলীনা জ’লীৰ ডাইলগ ঐশ্বৰ্য ৰায়ৰ কণ্ঠত ডাবিং কৰোৱাইছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি