ছানী লিয়নীক লগ পাবলৈ দুৰ্বাৰ হেঁপাহ এগৰাকী অনুৰাগীৰ, কৰি পেলালে এই কাম! আচৰিত সকলো

News18 Assam | News18-Assam
Updated:June 14, 2020, 2:39 PM IST
ছানী লিয়নীক লগ পাবলৈ দুৰ্বাৰ হেঁপাহ এগৰাকী অনুৰাগীৰ, কৰি পেলালে এই কাম! আচৰিত সকলো
এনেধৰণৰ প্ৰশ্ন শুনি অপ্ৰস্তুত হৈ পৰে ছানী লিয়নী। লগে লগে ৰিপৰ্টাৰজনক শোধাই এটা প্ৰচণ্ড চৰ। আৰু লগে লগে ৰুমলৈ উভতি আহে।

কেৰালাৰ এগৰাকী অনুৰাগীয়ে কৰিলে আচৰিত কাণ্ড

  • Share this:
অভিনেত্ৰী ছানী লিয়নী এতিয়া আছে আমেৰিকাত। কোৰোণাৰ সন্ত্ৰাসৰ মাজতে স্বামী আৰু সন্তানৰ সৈতে অভিনেত্ৰীগৰাকী ৰাওনা হ’ল আমেৰিকালৈ। কিন্তু এতিয়া অভিনেত্ৰীগৰাকীক লগ পোৱাৰ দুৰ্বাৰ হেঁপাহ এগৰাকী অনুৰাগীৰ।



দীৰ্ঘদিনৰ পৰা অভিনেত্ৰীগৰাকীক লগ পাবলৈ বিভিন্ন ধৰণৰ আচৰিত কাম কৰি আহিছে যুৱকজনে। কিন্তু প্ৰতিবাৰতে হৈছে বিফল। সেয়েহে এইবাৰ কেৰালাৰ যুৱকজনে অভিনেত্ৰীগৰাকীক কাষত পাবলৈ নিজৰ মাস্কত লগাই ল’লে ছানী লিয়নীৰ ফটো।



যিহেতু কোৰোণা প্ৰতিৰোধ কৰিবলৈ মাস্ক পৰিধান কৰাটো এতিয়া বাধ্যতামূলক। গতিকে যুৱকজনে ছানী লিয়নী ফেন ক্লাৱৰ জৰিয়তে এনে মাস্ক প্ৰস্তুত কৰি বিক্ৰীও কৰিছে।



যুৱকজনে প্ৰস্তুত কৰা এনে কাণ্ডত এতিয়া বহুতে আশ্বৰ্য প্ৰকাশ কৰিছে।



Published by: Himangshu Bhuyan
First published: June 14, 2020, 2:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি