ছাৰা আলী খানে শ্বেয়াৰ কৰিলে ছেইফ–কৰিনা আৰু তাইমুৰৰ সৈতে দীপাৱলী উদযাপনৰ ফটো

দীপাৱলীৰ ফটোত কৰিনা আৰু ছাৰাক থলুৱা পোছাকত দেখা গৈছে। আনহাতে ছেইফক কুৰ্তা–পাইজামা আৰু ইব্ৰাহিম আৰু তাইমুৰক কেজুৱেল লুকত দেখা গৈছে।

News18-Assam
Updated:October 28, 2019, 12:41 PM IST
ছাৰা আলী খানে শ্বেয়াৰ কৰিলে ছেইফ–কৰিনা আৰু তাইমুৰৰ সৈতে দীপাৱলী উদযাপনৰ ফটো
Photo : Instagram
News18-Assam
Updated: October 28, 2019, 12:41 PM IST
বলীউদৰ নবাব অৰ্থাৎ ছেইফ আলী খানে নিজৰ পৰিয়ালৰ সৈতে উদযাপন কৰিলে দীপাৱলী। পত্নী কৰিনা কাপুৰ, কন্যা ছাৰা আলী খান, পুত্ৰ ইব্ৰাহিম আলী খান আৰু তাইমুৰ আলী খানৰ সৈতে দীপাৱলী উদযাপন কৰিলে ছেইফে।

দীপাৱলীৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ছাৰা আলী খানে। এই ফটোত বহু লোকে দিছে দীপাৱলীৰ শুভেচ্ছা। আচলতে, ছেইফে প্ৰথম পত্নী অমৃতা সিঙৰ পুত্ৰ ইব্ৰাহিম আলী খান আৰু কন্যা ছাৰা আলী খানৰ লগতে দ্বিতীয় পত্নী কৰিনা কাপুৰ আৰু পুত্ৰ তাইমুৰ আলী খানক এডাল ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে।




 





View this post on Instagram




 

दीपावली की हार्दिक शुभकामनाएँ 🙏🏻🎉🕯🎊💫💥🌈🍭🧿💙


A post shared by Sara Ali Khan (@saraalikhan95) on








 




View this post on Instagram




 

Diwali Dhamaka Shuru 💫💥🎊🎉🧡🕯


A post shared by Sara Ali Khan (@saraalikhan95) on








 




View this post on Instagram




 

Diwali Dhamaka Shuru 💫💥🎊🎉🧡🕯


A post shared by Sara Ali Khan (@saraalikhan95) on






দীপাৱলীৰ ফটোত কৰিনা আৰু ছাৰাক থলুৱা পোছাকত দেখা গৈছে। আনহাতে ছেইফক কুৰ্তা–পাইজামা আৰু ইব্ৰাহিম আৰু তাইমুৰক কেজুৱেল লুকত দেখা গৈছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি