অভিনেত্ৰী সুস্মিতা সেনৰ বিয়া! কাষতে প্ৰেমিকক লৈ ঘোষণা কৰিলে প্ৰাক্তন বিশ্ব সুন্দৰীয়ে

News18 Assam | News18-Assam
Updated:October 16, 2020, 2:06 PM IST
অভিনেত্ৰী সুস্মিতা সেনৰ বিয়া! কাষতে প্ৰেমিকক লৈ ঘোষণা কৰিলে প্ৰাক্তন বিশ্ব সুন্দৰীয়ে
 সুস্মিতা-ৰোহমানৰ বিয়া? ইনষ্টাগ্ৰাম লাইভ যোগে ঘোষণা প্ৰাক্তন বিশ্ব সুন্দৰীৰ

 সুস্মিতা-ৰোহমানৰ বিয়া? ইনষ্টাগ্ৰাম লাইভ যোগে ঘোষণা প্ৰাক্তন বিশ্ব সুন্দৰীৰ

  • Share this:
বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা সেন ইনষ্টাগ্ৰামত প্ৰায়ে সক্ৰিয়। প্ৰতিদিনাই বিভিন্নধৰণৰ পোষ্ট শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীয়ে নিজৰ বয়ফ্ৰেণ্ডৰ ফটোও মাজে মাজে শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত। বৃহস্পতিবাৰে সুস্মিতা সেনে নিজৰ অনুৰাগীসকলৰ সৈতে ইনষ্টাগ্ৰামত মত বিনিয়ম কৰিছিল। ইনষ্টাগ্ৰাম লাইভত আছিল ৰোহমান শিলো।








View this post on Instagram





“I just called to say...I love you’ 🎵😁💃🏻❤️ And I mean it from the bottom of my heart!!💋 A big thank you to my team @mahendra_makeup @fatima_dsouza & Assistant Sameer for rocking a marathon day of promotions #myntrafashionsuperstar 🤗👏And, Of course Sush’s Rooh...forever by her side @rohmanshawl ❤️😍 I Love You guys sooooo much!! To #goodtimes #duggadugga 💃🏻


A post shared by Sushmita Sen (@sushmitasen47) on






সম্পূৰ্ণ লাইভ চেচনটো আছিল মনোৰঞ্জনেৰে ভৰা।  সেই সময়ত অনুৰাগীয়ে সুস্মিতা সেনক বিয়াৰ বিষয়ে প্ৰশ্ন কৰে। উত্তৰত সুস্মিতা সেনে শীঘ্ৰে বিয়াত বহাৰ কথা কয়। ৰোহমনৰ ফালে চাই, আনকি সুস্মিতাই তেওঁলোকৰ বিয়া কথা ৰোহমনকে ক’বলৈ কয়।
Published by: Himangshu Bhuyan
First published: October 16, 2020, 2:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading