মঞ্চত গীত পৰিবেশন কৰিবলৈ লওতে ৰাণু মণ্ডলে পাহৰিলে গীতৰ লাইন, Video Viral

News18 Assam | News18-Assam
Updated:March 12, 2021, 2:51 PM IST
মঞ্চত গীত পৰিবেশন কৰিবলৈ লওতে ৰাণু মণ্ডলে পাহৰিলে গীতৰ লাইন, Video Viral
পুৰণি এই ভিডিও এতিয়া আকৌ ব্যাপক ৰূপত ভাইৰেল।

পুৰণি এই ভিডিও এতিয়া আকৌ ব্যাপক ৰূপত ভাইৰেল।

  • Share this:
ৰাণু মণ্ডল- মাত্ৰ কেইদিনমানৰ ভিতৰতে জনপ্ৰিয়তাৰ উচ্চ শিখৰ আহৰণ কৰা ৰাণুৱে নিশাটোৰ ভিতৰতে হেৰুৱাই পেলাইছিল জনপ্ৰিয়তা। ৰাণুৰ কাহিনী সকলোৱে জানে। এটা সময় আছিল, ৰাণু মণ্ডলে গোৱা গীত লগে লগে ভাইৰেল হৈছিল ছচিয়েল মিডিয়াত।



ৰাণাঘাটৰ ষ্টেচনৰ পৰা বলীউদত প্ৰৱেশ! সেইসময়ত ৰাণু মণ্ডলে লাভ কৰিছিল অসাধাৰণ সাফল্য। কিন্তু বাঢ়ি অহা অহংকাৰত পতন হ'ল ৰাণু মণ্ডল।


কিন্তু এতিয়া ভাইৰেল হৈছে ৰাণু মণ্ডলৰ এটি পুৰণি ভিডিও। ভিডিওটোৱে পুনৰ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কিছে। মঞ্চত মাইক হাতত লৈ গীত পৰিবেশন কৰিবলৈ লওতেই ৰাণু মণ্ডলে পাহৰি থাকিল গীতৰ লাইন।
Published by: Himangshu Bhuyan
First published: March 12, 2021, 2:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি