ক্ৰিকেটাৰ মহমদ ছামীৰ পত্নীক মনত আছে নে? হাছিন জাহান আকৌ চৰ্চাত!

News18-Assam
Updated:November 23, 2019, 5:01 PM IST
ক্ৰিকেটাৰ মহমদ ছামীৰ পত্নীক মনত আছে নে? হাছিন জাহান আকৌ চৰ্চাত!
ছচিয়েল মিডিয়াতো এতিয়া প্ৰায়ে সক্ৰিয় হাছিন জাহান

ছচিয়েল মিডিয়াতো এতিয়া প্ৰায়ে সক্ৰিয় হাছিন জাহান

  • Share this:
ক্ৰিকেটাৰ মহম্মদ ছামীৰ পত্নীক মনত আছে নে? কেই বছৰমান পূৰ্বে ক্ৰিকেটাৰ মহম্মদ ছামীয়ে শাৰীৰিক নিৰ্যাতন চলাই বুলি আৰক্ষীৰ কাষ চাপিছিল মহম্মদ ছামীৰ প্ৰাক্তন পত্নী হাছিন জাহান।  সেইদৰে হাছিনে অভিযোগ উত্থাপিত কৰিছিল যে, মহম্মদ ছামীৰ অন্য মহিলাৰ সৈতে আছে অবৈধ সম্পৰ্ক।



এই সকলোবোৰ পাহৰি মহম্মদ ছামীৰ প্ৰাক্তন পত্নী হাছিন জাহান সাজু হৈছে বলীউদৰ ছবিত অভিনয় কৰিবলৈ। আমজাদ খানে পৰিচালনা কৰিবলগীয়া ‘ফটোৱা’ নামৰ এখন ছবিত সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিব হাছিনে। সেইদৰে হাছিন এতিয়া ছচিয়েল মিডিয়াতো প্ৰায়ে এক্টিভ। প্ৰায়ে TIKTOK ত আকৰ্ষণীয় ভিডিঅ’ নিৰ্মাণ কৰি বহুতৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

  হাছিন জাহানৰ Tiktok ভিডিঅ’



 





View this post on Instagram




 

Just like hot😆😆😆


A post shared by hasin jahan (@hasinjahanofficial) on




আৰু চাওক
পৰৱৰ্তী বাতৰি