• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • যোগাভ্যাসত অঘটন! আসন লাইভ কৰাৰ মাজতে মালাইকা অৰোৰা সন্মুখীন এই পৰিস্থিতিৰ, VIDEO

যোগাভ্যাসত অঘটন! আসন লাইভ কৰাৰ মাজতে মালাইকা অৰোৰা সন্মুখীন এই পৰিস্থিতিৰ, VIDEO

শৰীৰ চৰ্চা কৰি থকাৰ মাজতে ঘটিল অঘটন!

শৰীৰ চৰ্চা কৰি থকাৰ মাজতে ঘটিল অঘটন!

শৰীৰ চৰ্চা কৰি থকাৰ মাজতে ঘটিল অঘটন!

  • Share this:
মলাইকা আৰোৰা। বলীউদৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী তথা ডান্সাৰ। লগতে মলাইকাক কোৱা হয় ফিটনেচ গুৰু। দেখিলে কোনেও নকয় যে, মলাইকাৰ বয়স ৪৭ বছৰ। বডি ফিটনেচৰ ক্ষেত্ৰত মলাইকাক হৰুৱাব পৰা হয়টো কোনোৱেই নোৱাৰিব!




বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই পৰে মলাইকা আৰোৰা। বলীউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন কাপুৰৰ সৈতে মলাইকাৰ সম্পৰ্ক এতিয়া সকলোৰে মুখে মুখে। অৰ্জুনতকৈ মলাইকা প্ৰায় ১৫ বছৰৰ সৰু। এটা সময়ত ছলমান খানৰ ভাতৃ আৰবাজ খানৰ পত্নী আছিল মলাইকা আৰোৰা।




এইবাৰ মলাইকাৰ শৰীৰ চৰ্চা কৰাৰ সময়ত ঘটিল অঘটন। ছুইমিং পুলৰ সন্মুখত আসন কৰি আছিল মলাইকাই। কিন্তু হঠাত্‍ অপ্ৰস্তুত হৈ পৰে অভিনেত্ৰীগৰাকী।
Published by:Himangshu Bhuyan
First published: