অসমে আকৰ্ষিত কৰিছে বলীউদক! আয়ুষ্মান–আলিয়াৰ মুখত অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ কথা, Video

News18 Assam | News18-Assam
Updated:January 29, 2020, 2:28 PM IST
অসমে আকৰ্ষিত কৰিছে বলীউদক! আয়ুষ্মান–আলিয়াৰ মুখত অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ কথা, Video
ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ

ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ

  • Share this:
ইজনৰ পিছত সিজন বলীউদৰ তাৰকাই এতিয়া বৰ্ণনা কৰিছে অসমৰ কলা–সংস্কৃতি, ঐতিহ্যৰ। ভূমি পাডনেকাৰ, বৰুণ ধাৱানৰ পিছত এইবাৰ আলিয়া ভাট আৰু আয়ুষ্মান খুড়ানাই বৰ্ণনা কৰি গ’ল অসমৰ কথা। মুকলি কৰা হৈছে ইটোৰ পিছত সিটো আগন্তুক ফিল্ম ফেয়াৰ এৱাৰ্ড–২০২০ৰ প্ৰম’।



প্ৰম’ দুটাত দেখিবলৈ পোৱা গ’ল আলিয়া ভাট আৰু আয়ুষ্মান খুড়ানাই  মহাবাহু ব্ৰহ্মপুত্ৰ, মাজুলীৰ মুখা–শিল্প, বিভিন্ন জনগোষ্ঠীয় নৃত্যৰ কিছু আভাস দিয়া।

আৰু চাওক
পৰৱৰ্তী বাতৰি