Happy Birthday Rima Das! আজি ৰীমা দাসৰ জন্মদিন

জন্মদিনৰ দিনা ফ্ৰান্সত আছে ৰীমা দাস । ফ্ৰান্সত চলি থকা কাঁ চলচিত্ৰ মহোৎসৱত নিজৰ পৰবৰ্তী ছবি বুল বুল কেন চিংৰ প্ৰদৰ্শনলৈ ব্যস্ত আছে অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক গৰাকী ।

news18assam
Updated:May 13, 2019, 5:14 PM IST
Happy Birthday Rima Das! আজি ৰীমা দাসৰ জন্মদিন
জন্মদিনৰ দিনা ফ্ৰান্সত আছে ৰীমা দাস । ফ্ৰান্সত চলি থকা কাঁ চলচিত্ৰ মহোৎসৱত নিজৰ পৰবৰ্তী ছবি বুল বুল কেন চিংৰ প্ৰদৰ্শনলৈ ব্যস্ত আছে অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক গৰাকী ।
news18assam
Updated: May 13, 2019, 5:14 PM IST
আজি বিশিষ্ট ছবি পৰিচালক ৰীমা দাসৰ জন্মদিন। নিজৰ ওপজা দিনটোত ফ্ৰান্সত আছে ৰীমা দাস । ফ্ৰান্সত চলি থকা কাঁ চলচিত্ৰ মহোৎসৱত নিজৰ পৰৱৰ্তী ছবি ‘বুল বুল কেন ছিং’ৰ প্ৰদৰ্শনক লৈ ব্যস্ত আছে অসমৰ বিশিষ্ট চলচিত্ৰ পৰিচালক গৰাকী ।

‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিৰে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যৰ নাম উজলাই তুলিবলৈ সক্ষম হৈছে ৰীমা দাসে। ২০১৮ বৰ্ষত GQ India ই চলোৱা সমীক্ষাত ভাৰতবৰ্ষৰ শীৰ্ষ ৫০ গৰাকী প্ৰভাৱশালী লোকৰ তালিকাতো স্থান পাইছিল ৰীমা দাসে। বৰ্তমান ৰীমা দাস ব্যস্ত আছে নিজে পৰিচালনা কৰা ‘বুল বুল কেন ছিং’ ছবিখনক লৈ।

উল্লেখযোগ্য যে ৰীমা দাসে নিৰ্মাণ কৰা ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখন ২০১৮ বৰ্ষৰ অ’স্কাৰৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এন্ট্রী লাভ কৰা একমাত্ৰ ছবি আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি