২৫ বছৰ হ’ল গতিকে এতিয়া কাৰো মতে নহয়, নিজৰ মতেহে গীত গাব জুবিন গাৰ্গে!

News18-Assam
Updated:November 26, 2019, 8:36 PM IST
২৫ বছৰ হ’ল গতিকে এতিয়া কাৰো মতে নহয়, নিজৰ মতেহে গীত গাব জুবিন গাৰ্গে!
৬ ডিচেম্বৰত মুক্তি পাবলগীয়া অসমীয়া ছবি ‘প্ৰতিঘাত’ ৰ প্ৰচাৰো চলাই কণ্ঠশিল্পীগৰাকীয়ে

৬ ডিচেম্বৰত মুক্তি পাবলগীয়া অসমীয়া ছবি ‘প্ৰতিঘাত’ ৰ প্ৰচাৰো চলাই কণ্ঠশিল্পীগৰাকীয়ে

  • Share this:
কাৰো মতে নহয়, নিজৰ মতেহে গান গাব জুবিনে। গানৰ মাজতে মঞ্চত জুবিনে বিচাৰিলে পোহৰ। পাহৰিলে গীতৰ লিৰিক্সো। জুবিনৰ মায়াসনা গীত আৰু ৰসাল ৰগৰে হাউলী ৰাস মহোৎসৱত আপ্লুত কৰিলে শ্ৰোতা দৰ্শকক। অনুষ্ঠানত জুবিন গাৰ্গে সকলোকে অসমীয়া ছবি চাবলৈও অনুৰোধ জনায়। লগতে ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া অসমীয়া ছবি ‘প্ৰতিঘাত’ ৰ প্ৰচাৰো চলাই কণ্ঠশিল্পীগৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি