‘দিদি একজাম চল ৰহা হ্যে, পঢ়নে দো প্লিজ’ – দিশা পাটানীৰ ফটো দেখি ক’লে অনুৰাগীয়ে

News18 Assam | News18-Assam
Updated:November 29, 2019, 1:40 PM IST
‘দিদি একজাম চল ৰহা হ্যে, পঢ়নে দো প্লিজ’ – দিশা পাটানীৰ ফটো দেখি ক’লে অনুৰাগীয়ে
দিশা পাটানীয়ে নিজৰ লাজকুৰীয়া স্বভাৱৰ বাবে মিডিয়াৰ সন্মুখলৈ নাহিলেও ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। দিশাই বিগত দিনত কেইবাখনো বিকিনি ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

দিশা পাটানীয়ে নিজৰ লাজকুৰীয়া স্বভাৱৰ বাবে মিডিয়াৰ সন্মুখলৈ নাহিলেও ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। দিশাই বিগত দিনত কেইবাখনো বিকিনি ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত।

  • Share this:
সুন্দৰী অভিনেত্ৰী দিশা পাটানী যেতিয়া বলীউদলৈ আহিছিল, তেতিয়াৰে পৰা নিজৰ ছবিতকৈ অধিক চৰ্চাত আছিল নিজৰ আবেদনময়ী সৌন্দৰ্যক লৈ। বিগত দিনত দিশাৰ বহু ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শেহতীয়াকৈ দিশা পাটানীয়ে এক বিকিনি ফটো ইনষ্টাগ্ৰামত আপলোড কৰিছে। এই ফটোখনক লৈ অনুৰাগীসকল ব্যাপক চৰ্চা লাভ কৰিছে।

দিশা পাটানীয়ে নিজৰ লাজকুৰীয়া স্বভাৱৰ বাবে মিডিয়াৰ সন্মুখলৈ নাহিলেও ছচিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। দিশাই বিগত দিনত কেইবাখনো বিকিনি ফটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। কিন্তু শেহতীয়াকৈ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা ফটোখনত বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।




 





View this post on Instagram




 

🦋


A post shared by disha patani (paatni) (@dishapatani) on




অভিনেতা টাইগাৰ শ্ৰফৰ ভগ্নী কৃষ্ণা শ্ৰফেও কমেণ্ট কৰিছে দিশাৰ ফটোখনত। ছচিয়েল মিডিয়াত এজন ব্যৱহাৰকাৰীয়ে লিখিছে – ‘দিদি একজাম চল ৰহা হ্যে, পঢ়নে দো প্লিজ’।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি