YouTubeত ১ কোটিতকৈ অধিক লোকে চাইছে এই ভিডিঅ’টো, কি আছে ভিডিঅ’টোত?

খেচাৰী লালৰ পৰা আৰম্ভ কৰি পৱন সিংলৈ সকলো ভোজপুৰী তাৰকাৰ পুৰণি ভিডিঅ’ও ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে।

News18-Assam
Updated:October 24, 2019, 4:14 PM IST
YouTubeত ১ কোটিতকৈ অধিক লোকে চাইছে এই ভিডিঅ’টো, কি আছে ভিডিঅ’টোত?
খেচাৰী লালৰ পৰা আৰম্ভ কৰি পৱন সিংলৈ সকলো ভোজপুৰী তাৰকাৰ পুৰণি ভিডিঅ’ও ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে।
News18-Assam
Updated: October 24, 2019, 4:14 PM IST
বৰ্তমান সময়ত বলীউদৰ চিনেমাকো প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে ভোজপুৰী ছবিয়ে। আনহাতে, ভোজপুৰী তাৰকাৰ অনুৰাগী দিনক–দিনে বৃদ্ধি পাইছে। খেচাৰী লালৰ পৰা আৰম্ভ কৰি পৱন সিংলৈ সকলো ভোজপুৰী তাৰকাৰ পুৰণি ভিডিঅ’ও ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইফালে, ভোজপুৰী ছবি জগতত চাঞ্চল্যৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা অম্ৰপালী ডুবে আৰু দীনেশ লাল যাদৱ ‘নিৰহুৱা’ই আকৌ এবাৰ চৰ্চালৈ আহিছে। শেহতীয়াকৈ দুয়োৰে এটা সুন্দৰ গীত ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। এই ৰোমাণ্টিক গীতটোত অম্ৰপ্লালী আৰু নিৰহুৱাক অতি সুন্দৰ নৃত্য কৰা দেখা গৈছে। চাওক ভিডিঅ’টো।
আৰু চাওক পৰৱৰ্তী বাতৰি