உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • মুখত মৰমলগা হাঁহি, ধেমাজীৰ ‘ক’ শ্ৰেণীত পঢ়া স্মৃতি সোণোৱালৰ নৃত্য এতিয়া চৌদিশে ভাইৰেল, চাওক Video

    মুখত মৰমলগা হাঁহি, ধেমাজীৰ ‘ক’ শ্ৰেণীত পঢ়া স্মৃতি সোণোৱালৰ নৃত্য এতিয়া চৌদিশে ভাইৰেল, চাওক Video

    ধেমাজী জিলাৰ বাপুচাং প্ৰাথমিক বিদ্যালয়ত পঢ়ে স্মৃতি সোণোৱালে।

    ধেমাজী জিলাৰ বাপুচাং প্ৰাথমিক বিদ্যালয়ত পঢ়ে স্মৃতি সোণোৱালে।

    ধেমাজী জিলাৰ বাপুচাং প্ৰাথমিক বিদ্যালয়ত পঢ়ে স্মৃতি সোণোৱালে।

    • Share this:
    এজনী কণমানি ছোৱালী, নাম স্মৃতি সোণোৱাল। ধেমাজী জিলাৰ বাপুচাং প্ৰাথমিক বিদ্যালয়ৰ ক শ্ৰেণীত পঢ়ে মৰমলগা স্মৃতি সোণোৱালে।

    মুখত এটি মিঠা হাঁহি লৈ কণমানিজনীয়ে বিদ্যালয়ত কৰা নৃত্য দেখি এতিয়া সকলোৱে কৰিছে একেমুখে প্ৰশংসা। শনিবাৰে বিদ্যালয়ৰ ‘শনিবৰীয়া চ’ৰা’ত কণমানি স্মৃতিয়ে এটি বিহু সুৰীয়া গীতত আকৰ্ষণীয় নৃত্য কৰে। পিছত বিদ্যালয়ৰ ফেচবুক পেজত কণমানিজনীয়ে কৰা নৃত্য আপলোড কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

    চাওক ভিডিঅ’–

    Published by:Himangshu Bhuyan
    First published: