• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Big Boss ৰ মঞ্চত সহ শিল্পীক বিহু নাচিবলৈ শিকালে অসমৰ দেৱলীনাই, চাওক Video

Big Boss ৰ মঞ্চত সহ শিল্পীক বিহু নাচিবলৈ শিকালে অসমৰ দেৱলীনাই, চাওক Video

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী, অসমৰ জীয়ৰী দেৱলীনা ভট্টাচাৰ্য এতিয়া ব্যাপক চৰ্চাত

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী, অসমৰ জীয়ৰী দেৱলীনা ভট্টাচাৰ্য এতিয়া ব্যাপক চৰ্চাত

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী, অসমৰ জীয়ৰী দেৱলীনা ভট্টাচাৰ্য এতিয়া ব্যাপক চৰ্চাত

  • Share this:
    সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী, অসমৰ জীয়ৰী দেৱলীনা ভট্টাচাৰ্য এতিয়া ব্যাপক চৰ্চাত। Big Boss ৰ মজিয়াত বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ‍Bigboss ৰ মঞ্চত এইবাৰ সতীৰ্থক বিহু নাচিবলৈ শিকালে দেৱলীনাই।দেৱলীনাৰ লগতে অন্যান্য শিল্পী কেইগৰাকীয়ে ঢোলৰ চেৱে চেৱে বিহু নৃত্য কৰা ভিডিঅ’ পিছত ব্যাপক ভাবে ভাইৰেল হয় ছচিয়েল মিডিয়াত।

    চাওক ভিডিঅ’

    First published: