‘Must Watch’ ছপাক, দীপিকা পাডুকনৰ নতুন ছবিখনক ‘Powerfull’ আখ্যা দিলে বহু চলচিত্ৰ সমালোচকে

News18 Assam | News18-Assam
Updated:January 9, 2020, 6:26 PM IST
‘Must Watch’ ছপাক, দীপিকা পাডুকনৰ নতুন ছবিখনক ‘Powerfull’ আখ্যা দিলে বহু চলচিত্ৰ সমালোচকে
source-Google

কাইলৈ ছবিগৃহলৈ আহিব দীপিকা পাডুকন অভিনীত সঁচা কাহিনীৰ আধাৰত নিৰ্মিত ছবি ‘Chhapaak’

  • Share this:
চলচিত্ৰ সমালোচকে প্ৰশংসা কৰিছে দীপিকা পাডুকনৰ নতুন ছবি ‘Chhapaak’। অনুষ্ঠিত হোৱা ছবিখনৰ প্ৰমিয়াৰ শ্ব’ উপভোগ কৰাৰ পিছত ছবিখনৰ বহু কেইটা দিশ অত্যন্ত শক্তিশালী বুলি মন্তব্য কৰিছে চলচিত্ৰ সমালোচকে।



চলচিত্ৰ সমালোচক টৰণ আদৰ্শই ছবিখনক ‘powerfull’ বুলি অভিহিত কৰিছে। লগতে অভিনেতা ৰিতেশ দেশমুখ, য়ামী গৌতম, নীল নিতিন মুকেশ,কুনাল কাপোৰেও ছবিখন প্ৰশংসা কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি