নিজৰ বিয়াৰ পাৰ্টীত কইনাৰ আকৰ্ষণীয় নৃত্য, ছচিয়েল মিডিয়াত ভাইৰেল Video

News18 Assam | News18-Assam
Updated:February 5, 2020, 12:55 PM IST
নিজৰ বিয়াৰ পাৰ্টীত কইনাৰ আকৰ্ষণীয় নৃত্য, ছচিয়েল মিডিয়াত ভাইৰেল Video
নৃত্য কৰা কইনাজনীৰ নাম অঞ্জলী বুলি জানিব পৰা গৈছে। এই ঘটনাটো কেৰালাৰ। ভিডিঅ’ ৰঙা শাড়ী পিন্ধি নৃত্য কৰা দেখা গৈছে নকইনাক।

নৃত্য কৰা কইনাজনীৰ নাম অঞ্জলী বুলি জানিব পৰা গৈছে। এই ঘটনাটো কেৰালাৰ। ভিডিঅ’ ৰঙা শাড়ী পিন্ধি নৃত্য কৰা দেখা গৈছে নকইনাক।

  • Share this:
আজি ছচিয়েল মিডিয়াৰ যুগ। নিজৰ জীৱনৰ বিভিন্ন স্মৰণীয় মুহূৰ্ত ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে বহু লোকে। বহুতে শ্বেয়াৰ কৰি নিজৰ দুখৰ কাহিনীও। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা আনন্দৰ ভিডিঅ’। নিজৰ বিয়াৰ ৰিচেপচন পাৰ্টীত গীতৰ তালে তালে কইনাই কৰিলে নৃত্য। মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’। কইনাৰ নৃত্য দেখি ৰৈ থাকিব নোৱাৰিলে বিয়াত উপস্থিত থকা যুৱতী–কিশোৰীসকলো। সকলোৱে যোগ দিলে নৃত্যত।

নৃত্য কৰা কইনাজনীৰ নাম অঞ্জলী বুলি জানিব পৰা গৈছে। এই ঘটনাটো কেৰালাৰ। ভিডিঅ’ ৰঙা শাড়ী পিন্ধি নৃত্য কৰা দেখা গৈছে নকইনাক। প্ৰথমে ফেচবুক আৰু পিছত ইউটিউব আৰু টুইটাৰতো শ্বেয়াৰ হয় ভিডিঅ’টো।

আৰু চাওক
পৰৱৰ্তী বাতৰি