বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে পুৰস্কাৰ

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে।

News18-Assam
Updated:September 24, 2019, 7:43 PM IST
বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে পুৰস্কাৰ
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে।
News18-Assam
Updated: September 24, 2019, 7:43 PM IST
দাদা চাহেব ফাল্কে পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন। এই ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে টুইটাৰযোগে এই কথা প্ৰকাশ কৰিছে। ছবি জগতলৈ জীৱনজোৰা অৱদানৰ বাবে এই সন্মানেৰে সন্মানিত কৰা হয়। বিগ বি অমিতাভ বচ্চনক ধন্যবাদ জ্ঞাপন কৰে প্ৰকাশ জাভড়েকাৰে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি