• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Virat in Instagram Richlist : এটা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা কেইটকা ইনকাম হয় বিৰাট কোহলিৰ? শুনিলে আপুিনও আচৰিত হ'ব...

Virat in Instagram Richlist : এটা ইনষ্টাগ্ৰাম পোষ্টৰ পৰা কেইটকা ইনকাম হয় বিৰাট কোহলিৰ? শুনিলে আপুিনও আচৰিত হ'ব...

তালিকাৰ শীৰ্ষত আছে ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো (Christiano Ronaldo)। দ্বিতীয় স্থানত আছে WWE ৰেছলাৰ আৰু হলীউডৰ ছুপাৰষ্টাৰ ডোৱাইনে জনছন (Dwayne Johnson)।

  • Share this:
ইনষ্টাগ্ৰাম ৰিচলিষ্ট (Instagram Richlist)ত ঠাই পালে বিৰাট কোহলিয়ে। টীম ইণ্ডিয়াৰ কেপ্টেইনগৰাকীয়ে একোটা ইনষ্টাগ্ৰাম পোষ্টৰ বাবে ছচিয়েল নেটৱৰ্কিং ছাইটটোৰ পৰা কিমান টকা পায় জানিলে সকলোৱেই আচৰিত হ'ব।

HopperHQ’s 2021এ প্ৰকাশ কৰা ইনষ্টাগ্ৰাম ৰিচলিষ্টৰ মতে ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলি (Virat Kohli)য়ে একোটা ইনষ্টাগ্ৰাম পোষ্টৰ বাবে লাভ কৰে প্ৰায় ৫ কোটি টকা। প্ৰতিটো পোষ্টত ৫ কোটি আয় কৰা বিৰাট কোহলি আছে তালিকাখনৰ ১৯ নম্বৰত। তালিকাখনৰ শীৰ্ষ ২০ৰ ভিতৰত থকা একমাত্ৰ ভাৰতীয় হৈছে বিৰাট কোহলি।

বিৰাটৰ উপৰি এই তালিকাত স্থান পাইছে প্ৰিয়ংকা চোপ্ৰাই। প্ৰিয়ংকা চোপ্ৰাই প্ৰতিটো ইনষ্টাগ্ৰাম পোষ্টৰ বাবে লাভ কৰে প্ৰায় ৩ কোটি টকা আৰু এই আয়েৰে প্ৰিয়ংকা আছে তালিকাৰ ২৭ সংখ্যক স্থানত।

উল্লেখ্য যে তালিকাৰ শীৰ্ষত আছে ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো (Christiano Ronaldo)। দ্বিতীয় স্থানত আছে WWE ৰেছলাৰ আৰু হলীউডৰ ছুপাৰষ্টাৰ ডোৱাইনে জনছন (Dwayne Johnson)। ডোৱাইনে জনছনে লাভ কৰে প্ৰতিটো পোষ্টত ১১ কোটি টকা। আনহাতে তৃতীয় স্থানত আছে পপ গায়িকা আৰিয়ানা গ্ৰাণ্ডে।
Published by:Manjumoni Borah
First published: