• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বিয়াৰ কেইমাহমানৰ পিছতে ওলাল স্বৰূপ ! তীব্ৰ বাক-বিতণ্ডা ক্ৰিকেটাৰ Chahal আৰু পত্নী ধনশ্ৰীৰ, চাওক Viral Video...

বিয়াৰ কেইমাহমানৰ পিছতে ওলাল স্বৰূপ ! তীব্ৰ বাক-বিতণ্ডা ক্ৰিকেটাৰ Chahal আৰু পত্নী ধনশ্ৰীৰ, চাওক Viral Video...

Yuzvendra Chahal fight with wife Dhanasree Verma video viral- Photo Courtesy- Yuzvendendra Chahal/ Instagram

Yuzvendra Chahal fight with wife Dhanasree Verma video viral- Photo Courtesy- Yuzvendendra Chahal/ Instagram

Yuzvendra Chahal fight with wife Dhanasree Verma video viral: ভাৰতীয় স্পিনাৰ (Indian Spinner) যুজবেন্দ্ৰ চাহাল (Yuzvendra Chahal) আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মা ছ'চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে৷ তেওঁলোকে তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা বিভিন্ন ধৰণৰ ভিডিঅ' পোষ্ট কৰি থাকে৷

  • Share this:
ভাৰতীয় স্পিনাৰ (Indian Spinner) যুজবেন্দ্ৰ চাহাল (Yuzvendra Chahal) আৰু তেওঁৰ পত্নী ধনশ্ৰী বাৰ্মা ছ'চিয়েল মিডিয়াত সদায় সক্ৰিয় হৈ থাকে৷ তেওঁলোকে তেওঁলোকৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা বিভিন্ন ধৰণৰ ভিডিঅ' পোষ্ট কৰি থাকে৷ আৰু তেওঁলোকৰ অনুৰাগীসকলেও সেই পোষ্টসমূহ দেখি বৰ আনন্দিত হয়৷ শেহতীয়াকৈ, আকৌ এবাৰ ধনশ্ৰীৰ ধামাল নৃত্য প্ৰদৰ্শনৰ ভিডিঅ' নিয়মীয়াকৈ ভাইৰেল হৈ পৰিছে৷ তেওঁ বলীউডৰ এটা জনপ্ৰিয় গীতৰ সুৰত বগা চাৰ্ট আৰু ক'লা টাইট পিন্ধি সুন্দৰভাৱে নাচিছিল৷




কিন্তু এয়া প্ৰায়েই ঘটে৷ এই সময়ত যুজবেন্দ্ৰ চাহালৰ অফিচিয়েল হেণ্ডেলৰ পৰা পোষ্ট কৰা এটা ভিডিঅ' যথেষ্ট দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে৷ চাহাল আৰু ধনশ্ৰী সদ্য বিবাহিত৷ ইজনে সিজনৰ প্ৰতি প্ৰেমৰ ছবি এতিয়াও উজ্জ্বল৷ কিন্তু কেইদিনমানৰ পাছতে বৈবাহিক বিভেদ সন্মুখলৈ আহিল৷ স্বামী-পত্নীয়ে এইটো পোষ্ট কৰিলে য'ত দুয়োৰে কাজিয়া। চাওত ভিডিঅ'টো...




চাহালৰ পত্নীৰ সৈতে কেনেকৈ কাজিয়াত লিপ্ত হৈছে সেয়া দেখি অনুৰাগীসকলো অতি আনন্দিত ৷ দৰাচলতে ভিডিঅ'টোৰ উদ্দেশ্য আছিল ৰগৰ কৰাহে।
Published by:Kokil Sarma
First published: