মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Entertainment: অনুষ্কাৰ বাবে গান, অনুষ্কাৰ বাবে এপাক নাচিলে বিৰাট কোহলীয়ে... কিয় Viral হৈ পৰিল এই নৃত্য ?

Entertainment: অনুষ্কাৰ বাবে গান, অনুষ্কাৰ বাবে এপাক নাচিলে বিৰাট কোহলীয়ে... কিয় Viral হৈ পৰিল এই নৃত্য ?

Kokil Sarma | News18-Assam
Updated:August 2, 2021, 5:04 PM IST
Entertainment: অনুষ্কাৰ বাবে গান, অনুষ্কাৰ বাবে এপাক নাচিলে বিৰাট কোহলীয়ে... কিয় Viral হৈ পৰিল এই নৃত্য ?
Anushka Sharma/Instagram

শেহতীয়াকৈ বিৰাট কোহলীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁক অনুষ্কা শৰ্মাৰ সৈতে নৃত্য কৰা দেখা গৈছে। বিৰাট কোহলীয়ে এই ভিডিঅ'টোত অনুষ্কা শৰ্মাৰ সৌন্দৰ্য দেখি অভিভূত হৈছে।

  • Share this:
ভাৰতীয় অধিনায়ক বিৰাট কোহলী (Virat Kohli) আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মা (Anushka Sharma)য়ে প্ৰায়ে তেওঁলোকৰ উৎকৃষ্ট পোষ্টেৰে অনুৰাগীসকলক উৎসাহিত কৰে। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা আজিকালি ইংলেণ্ডত আছে। ইংলেণ্ডত ভাৰতে ৪ আগষ্টৰ পৰা ইংলিছ দলৰ বিৰুদ্ধে পাঁচখন খেলৰ টেষ্ট শৃংখলা (Ind Vs Eng) খেলিব। বিৰাট আৰু অনুষ্কাই প্ৰায়ে ইংলেণ্ডৰ বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ সময়ত নিজৰ ফটো শ্বেয়াৰ কৰে কিন্তু শেহতীয়াকৈ বিৰাট কোহলীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁক অনুষ্কা শৰ্মাৰ সৈতে নৃত্য কৰা দেখা গৈছে। বিৰাট কোহলীয়ে এই ভিডিঅ'টোত অনুষ্কা শৰ্মাৰ সৌন্দৰ্য দেখি অভিভূত হৈছে।

দৰাচলতে, এইটো এটা বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ ভিডিঅ' যি অনুৰাগীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। বিৰাট আৰু অনুষ্কাক বহু দিনৰ পিছত এটা বিজ্ঞাপনত একেলগে দেখা গৈছে। বিজ্ঞাপনটোত বিৰাট কোহলীক তেওঁৰ বলীউডঅভিনেত্ৰী পত্নীৰ সৌন্দৰ্যৰ ওপৰত  অভিভূত হোৱা দেখা গৈছে যাৰ পিছত তেওঁ অনুষ্কাৰ বাবে গান গায় আৰু নৃত্য কৰে।










View this post on Instagram






A post shared by Virat Kohli (@virat.kohli)



Published by: Kokil Sarma
First published: August 2, 2021, 5:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি