শিখৰে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল য'ত তেওঁক তেওঁৰ বাৰান্দাত বহি বাঁহী বজোৱা দেখা গৈছিল। তেওঁ জগজিৎ সিঙৰ গজলত বাঁহীত সুৰ তুলিছিল 'होठों से छू लो तुम...'।
শিখৰে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল য'ত তেওঁক তেওঁৰ বাৰান্দাত বহি বাঁহী বজোৱা দেখা গৈছিল। তেওঁ জগজিৎ সিঙৰ গজলত বাঁহীত সুৰ তুলিছিল 'होठों से छू लो तुम...'।
ভাৰতীয় অপেনাৰ শিখৰ ধাৱানে খেলপথাৰৰ পৰা আঁতৰত তেওঁৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে। এতিয়া তেওঁ বেটৰ উপৰিও সংগীতত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। শিখৰে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল য'ত তেওঁক তেওঁৰ বাৰান্দাত বহি বাঁহী বজোৱা দেখা গৈছিল। তেওঁ জগজিৎ সিঙৰ গজলত বাঁহীত সুৰ তুলিছিল 'होठों से छू लो तुम...'।
শিখৰ সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু তেওঁ ফটো আৰু ভিডিঅ' ভাগ বতৰা কৰি থাকে। তেওঁ কেইবাটাও নৃত্য ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁক পৃথিৱী শ্ব'ৰ সৈতে কিছুমান ভিডিঅ'ত দেখা গৈছিল য'ত দুয়োকে নৃত্য কৰা দেখা গৈছিল।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|