• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • বৰষুণৰ বতৰত বাৰান্দাত বহি বাঁহীত সুৰ তুলিলে ভাৰতৰ বিস্ফোৰক অপেনাৰ শিখৰ ধাৱানে...'होठों से छू लो तुम...'

বৰষুণৰ বতৰত বাৰান্দাত বহি বাঁহীত সুৰ তুলিলে ভাৰতৰ বিস্ফোৰক অপেনাৰ শিখৰ ধাৱানে...'होठों से छू लो तुम...'

শিখৰে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল য'ত তেওঁক তেওঁৰ বাৰান্দাত বহি বাঁহী বজোৱা দেখা গৈছিল। তেওঁ জগজিৎ সিঙৰ গজলত বাঁহীত সুৰ তুলিছিল  'होठों से छू लो तुम...'।

  • Share this:
ভাৰতীয় অপেনাৰ শিখৰ ধাৱানে খেলপথাৰৰ পৰা আঁতৰত তেওঁৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিছে। এতিয়া তেওঁ বেটৰ উপৰিও সংগীতত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। শিখৰে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল য'ত তেওঁক তেওঁৰ বাৰান্দাত বহি বাঁহী বজোৱা দেখা গৈছিল। তেওঁ জগজিৎ সিঙৰ গজলত বাঁহীত সুৰ তুলিছিল  'होठों से छू लो तुम...'।

শিখৰ সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আৰু তেওঁ ফটো আৰু ভিডিঅ' ভাগ বতৰা কৰি থাকে। তেওঁ কেইবাটাও নৃত্য ভিডিঅ' শ্বেয়াৰ কৰিছে। তেওঁক পৃথিৱী শ্ব'ৰ সৈতে কিছুমান ভিডিঅ'ত দেখা গৈছিল য'ত দুয়োকে নৃত্য কৰা দেখা গৈছিল।

Published by:Kokil Sarma
First published: